Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
শংকুৰাজ কোঁৱৰৰ কণ্ঠত ৰাজস্থানী লোকসংগীতৰ সুৰত ‘ধৰ ধৰ কলীয়া’
3 months ago
যোৰহাট: ৰাজস্থানী লোকসংগীত আৰু নগাঁৱৰ লোকসংগীতৰ সংমিশ্ৰণত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ কণ্ঠত শ্ৰোতাই শুনিবলৈ পাব এটি নতুন গীত । দেওবাৰে তিতাবৰত শংকুৰাজ কোঁৱৰৰ নতুন গীত ‘ধৰ ধৰ কলীয়া’ অনুষ্ঠানিকভাৱে মুকলি কৰা হয় । তিতাবৰত টিআৰপি প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ নতুন গীতটো ইউটিউবত আপলোড কৰে ।গীতটোৱে শ্ৰোতা ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে কয়, "এইটো হৈছে ৰাজস্থানী লোকনৃত্য় আৰু নগাঁৱৰ লোকসংগীতৰ ফিউজন । বহু দিনৰ পৰা এই পৰিকল্পনাতো চলি আছিল । অৱশেষত সুন্দৰ ভিডিঅ'ৰ সৈতে ইউটিউবত আপলোড কৰা হৈছে । ৰাজা বৰুৱাও এই ভিডিঅ'টোৰ সৈতে জড়িত হৈ আছে ।"লগতে পঢ়ক:অসমলৈ গৌৰৱ: 'লয়লহৰী' সংগীত প্ৰতিযোগিতাৰ ৪টা বিভাগতে বিজয়ী ১৫ বছৰীয়া অভিলাষাব্ৰহ্মপুত্ৰৰ কথাৰে ছবিগৃহলৈ আহি আছে 'মহাবাহু The Brahmaputra'
Category
🗞
News
Transcript
Display full video transcript
00:00
My name is Raja Sthani folk and Naga folk.
00:21
Thank you very much.
01:19
Thank you very much.
01:21
Thank you very much.
01:51
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:06
|
Up next
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
ETVBHARAT
6 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
7 weeks ago
1:35
মাজুলীত বনৰীয়া হাতীৰ উপদ্ৰৱ: পৰিত্ৰাণ বিচাৰি ভগৱানৰ এখন গাঁৱৰ ৰাইজ
ETVBHARAT
7 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
2 months ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
3 months ago
1:10
ਪੰਜਾਬ 'ਚ ਨਹਿਰ ਵਿੱਚੋਂ ਮਿਲਿਆ ਬੰਬ ਸ਼ੈੱਲ, ਅਲਰਟ 'ਤੇ ਸੁਰੱਖਿਆ ਏਜੰਸੀਆਂ !
ETVBHARAT
13 minutes ago
1:26
ಶಿವಮೊಗ್ಗ: ಕಸ್ತೂರಿ ರಂಗನ್ ವರದಿ ಕಾರ್ಯಕ್ರಮದಲ್ಲಿ ವಂದೇ ಮಾತರಂ ಗೊಂದಲ
ETVBHARAT
19 minutes ago
3:52
ਨਹਿਰ ’ਚ ਪਿਆ ਵੱਡਾ ਪਾੜ, ਲੋਕਾਂ ਦੇ ਘਰਾਂ ’ਚ ਵੜਿਆ ਪਾਣੀ, ਇਨਾਂ 2 ਇਲਾਕਿਆਂ ਨੂੰ ਸਭ ਤੋਂ ਵੱਧ ਖ਼ਤਰਾ !
ETVBHARAT
20 minutes ago
2:11
కాజీపేటలో రూ.1.38 కోట్ల విలువైన రద్దైన నోట్లు పట్టివేత! - 8 మంది అరెస్ట్
ETVBHARAT
22 minutes ago
0:27
बांधवगढ़ में पुरानी जिप्सी बैन, नए वाहनों से सफारी सुरक्षित, नजदीक से करें टाइगर के दीदार
ETVBHARAT
25 minutes ago
1:12
তিনিচুকীয়াৰ উন্নয়নত এখোজ; এ টি ৰোড-শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি
ETVBHARAT
3 months ago
1:23
চিলাপথাৰত ষ্ট্ৰিট লাইটৰ খুটাত বিদ্যুৎপৃষ্ঠ হৈ এজনৰ কৰুণ মৃত্যু
ETVBHARAT
3 months ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
3 months ago
3:48
কবি মিহিৰ মৌচম ৰয়ৰ কাব্যগ্ৰন্থ উন্মোচন
ETVBHARAT
3 months ago
2:20
মাজুলীৰ বনগাঁৱত 'পাৰ্থেনিয়াম' সম্পৰ্কীয় সজাগতা সভা
ETVBHARAT
3 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
3 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
3 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
4 months ago
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:23
বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
ETVBHARAT
5 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
5 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
5 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
6 months ago
2:35
শক্তি প্ৰদৰ্শন কৰি সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল ভূৱন গামৰ
ETVBHARAT
6 months ago
Comments