Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
4 months ago
তিনিচুকীয়া: এগৰাকী বিজেপি সমৰ্থক । সমৰ্থকগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ সমীপৱৰ্তী বৰহাপজানৰ পৰা পদযাত্ৰা আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক ৰাজেশ মহাননে । কেৱল পদযাত্ৰাই নহয়, সমগ্ৰ শৰীৰত অংকিত কৰি ল'লে বিজেপিৰ শীৰ্ষ নেতাসকলৰ টাটু ।ৰাজেশ মহাননে জানিবলৈ দিয়া মতে, ২০২২ চনৰ পৰা ২০২৬ চনলৈকে তেওঁ দেশৰ ১৮ খন ৰাজ্য ভ্ৰমণ কৰি বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই আহিছে । এই দীৰ্ঘ ভ্ৰমণৰ সময়ছোৱাত দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল । সেই সময়তে ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত গুৱাহাটীত আহি সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁক আহ্বান জনাইছিল বুলি ৰাজেশ মহাননে উল্লেখ কৰে । এতিয়া মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই পদযাত্ৰা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে ।লগতে পঢ়ক: যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন, পথৰ বাবেই বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়েগণেশগুৰি উৰণ সেতুৰ তলত নতুন ৰূপত জিলিকিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:30
I will be able to go to my hospital.
00:35
I will be able to go to my hospital and get a job.
00:39
I will be able to go to my hospital for a while.
Show less
Recommended
2:08
|
Up next
ধুবুৰীত ছাত্ৰই ধানেৰে সাজিলে দুৰ্গাৰ প্ৰতিমা
ETVBHARAT
6 days ago
2:26
বানাক্ৰান্ত ৰাইজে কোনো অসুবিধা নোপোৱাকৈ সকলোবোৰ ব্যৱস্থা কৰা হ'ব: স্বাস্থ্যমন্ত্ৰীৰ আশ্বাস
ETVBHARAT
2 months ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
3 months ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
3 months ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
4 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
4 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
4 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
4 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
4 hours ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 months ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 months ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 months ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
3 months ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
3 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
3 months ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
3 months ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
4 months ago
2:53
কেন্দ্ৰই ব্ৰহ্মপুত্ৰৰ খহনীয়া বুজি নাপায়: ৰকিবুল হুছেইন
ETVBHARAT
4 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
5 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
6 months ago
3:27
বিজেপিৰ পৰা টকা লৈ টিএমচিত ভোট দিবলৈ মন্দিয়াৰ পৰা আহ্বান চায়নী ঘোষৰ
ETVBHARAT
7 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
7 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
7 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
7 months ago