Skip to playerSkip to main content
  • 3 months ago
শাৰীৰিক বাধা কেতিয়াও সফলতাত হেঙাৰ হ'ব নোৱাৰে । তিতাবৰৰ এগৰাকী শিক্ষকে পুনৰ এবাৰ এই কথা প্ৰমাণ কৰিলে । তেওঁ হৈছে সঞ্জীৱ মজুমদাৰ । বিশেষভাৱে সক্ষম শিক্ষকগৰাকীয়ে নিজৰ কৰ্মৰ জৰিয়তে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।শাৰীৰিক প্ৰত্যাহ্বানক নেওচি তিতাবৰৰ সঞ্জীৱ মজুমদাৰে নিজৰ কৰ্তব্য পালন কৰি অহাই নহয়, বিভিন্ন সামাজিক কাৰ্মত আগৰণুৱা হৈ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে । আজি সকলোৰে মাজত তেওঁ সঞ্জু হিচাপে পৰিচিত । তেওঁ প্ৰচণ্ড মানসিক শক্তি আৰু সাধনাৰ গৰাকী । সঞ্জীৱ মজুমদাৰে ২০২৫ বৰ্ষত যোৰহাট জিলাৰ কৃতী শিক্ষকৰ সন্মানো লাভ কৰিছিল ।

Category

🗞
News
Transcript
00:10Music
00:11Music
00:13Music
00:13Music
00:14Thank you very much, are you happy to see you guys?
00:16Yes!

Recommended