Skip to player
Skip to main content
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা
3 months ago
হায়দৰাবাদ : ৰোলাৰ স্কেটিঙৰ জৰিয়তে অসমৰ পৰা কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়া ব্যতিক্ৰমী প্ৰচেষ্টা আগবঢ়াইছে হাজোৰ অগ্ৰণী স্কেটিং ক্লাব ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবে ৷ আব্দুল কৰিম আলীৰ নেতৃত্বত গঢ় দি উঠা এই ক্লাবটোত হাজো অঞ্চলৰ প্ৰায় শতাধিক শিশু খেলুৱৈ অন্তৰ্ভুক্ত হৈছে । উল্লেখ্য যে, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক খেলত অংশগ্ৰহণ কৰি সুনাম আজুৰিব সক্ষম হৈছে ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবৰ খেলুৱৈয়ে ৷ইতিমধ্যে হাজো ষ্টেডিয়ামত সাতদিনীয়া এটি কৰ্মশালা আয়োজনেৰে কণ কণ শিশুখেলুৱৈক স্কেটিঙৰ প্ৰশিক্ষণ প্ৰদান কৰে আব্দুল কৰিম আলী আৰু অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক জয়ন্ত বেজবৰুৱাই ৷ যাৰ বাবে কণ কণ শিশু খেলুৱৈসকলৰ অভিভাবক আপ্লুত হৈছে । হাজো ষ্টেডিয়ামত আয়োজন কৰা কৰ্মশালাটোত খেলুৱৈসকলক বিভিন্ন কলা-কৌশলৰ প্ৰশিক্ষণ দিয়া হয় ৷ ইয়াৰ দ্বাৰা কণ কণ শিশু স্কেটিং খেলুৱৈসকল উপকৃত হ'ব বুলি আশা কৰিছে প্ৰশিক্ষকগৰাকীয়ে ৷লগতে পঢ়ক:আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ প্ৰাক্তন বিধায়ক অতুল বৰাৰ
Category
🗞
News
Transcript
Display full video transcript
00:27
I'll see you next time.
Show less
Recommended
2:48
|
Up next
মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ
ETVBHARAT
2 months ago
2:14
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
3 months ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 months ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 months ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
5 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
5 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
5 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
5 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
5 hours ago
2:29
শিৱসাগৰত বানপীড়িক বিধায়ক মেহবুব মুক্তাৰৰ সাহাৰ্য বিতৰণ
ETVBHARAT
3 months ago
3:45
যোৰহাট জিলাত মুঠ ১৭৯ খন ৰাজহ গাঁও জলমগ্ন, পুনৰ জাঁজী নদীৰ জলস্তৰ বৃদ্ধি
ETVBHARAT
3 months ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
3 months ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
3 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
3 months ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
3 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
4 months ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
4 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
4 months ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
4 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
5 months ago
3:08
বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব : অখিল গগৈ
ETVBHARAT
6 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
6 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
6 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
6 months ago