Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
7 weeks ago
যোৰহাট : এজাক বুৰষণতে যোৰহাটৰ আভিজাত্য উটি গ'ল । মঙলবাৰে সন্ধিয়া অহা কৃত্ৰিম বানৰ কৱলত পৰে যোৰহাট নগৰ । ফলত বাসগৃহত একাঁঠু পৰ্যন্ত পানী উঠে । বিশেষকৈ সদাব্যস্ত তৰুণ ফুকন পথ, তৰাজান, বঙালপুখুৰী, ৰজামৈদাম, নিউকলনী, চোলাধৰা, নিউভিল ৰোড, ক্লাব ৰোড, কুশল নগৰ, আটিলা গাঁও আদিকে ধৰি বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বাসস্থান কৃত্ৰিম বানত বুৰ যায় । আনহাতে জিলা আয়ুক্ত কাৰ্যালয়, গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়, জ্য়েষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, বিষ্ণুৰাম বৰুৱা বজাৰ, স্কুল পৰিদৰ্শক কাৰ্যালয়, এনচিচি কাৰ্যালয় আদি এজাক বৰষুণত ডুব যোৱাত দুৰ্ভোগ ভুগিবলগীয়া হ'ল নগৰবাসী । লক্ষ্যণীয় যে যোৰহাটত ক্রমান্বয়ে বৃদ্ধি পাইছে কৃত্ৰিম বানৰ সমস্যা । পূর্বৰ তুলনাত বর্তমান ন ন স্থানত কৃত্রিম বানৰ সমস্যাই যোৰহাটবাসীক জুৰুলা কৰিছে । প্রধানকৈ পানী নিষ্কাশনৰ ব্যৱস্থা সু-পৰিকল্পিত নোহোৱা বাবেই এই সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ।কৃত্ৰিম বান ৰোধৰ বাবে যোৰহাট পৌৰসভাই বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও সেই প্ৰকল্প ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱা বাবে সমস্যা সমাধান হোৱা নাই বুলিও অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য় যে যোৰহাট পৌৰসভাই ছুপাৰ ছকাৰৰ জৰিয়তে নলাসমূহ পৰিষ্কাৰ কৰাইছিল যদিও তাতো সফল নহ'ল বুলি একাংশই ক্ষোভ প্ৰকাশ কৰিছে । লগতে পঢ়ক:গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰ কাৰণ আৰু ইয়াৰ সমাধানসূত্র:কাৰ্যকৰী হোৱা নাই বিশেষজ্ঞই দিয়া বিজ্ঞানসন্মত পৰামৰ্শনলা নে ৰাজপথ ধৰিবই নোৱাৰি, কৃত্ৰিম বানৰ কৱলত যোৰহাট নগৰ
Category
🗞
News
Transcript
Display full video transcript
00:19
Thank you for joining us.
00:45
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
2:48
|
Up next
মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ
ETVBHARAT
5 weeks ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
7 weeks ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
7 weeks ago
2:54
ছুপাৰ ডিভিজন ফুটবলত বৰমা ইউনাইটেড ফুটবল ক্লাব বিজয়ী
ETVBHARAT
7 weeks ago
6:34
தமிழக மக்களை அதிர்ச்சிக்குள்ளாக்கும் அரிசி விலை: ஜெட் வேகத்தில் உயர காரணம் என்ன?
ETVBHARAT
7 minutes ago
0:56
পঞ্চায়েত প্রধান 15 দিন গরহাজির হলেই সেখানে দায়িত্ব নেবেন প্রশাসক, হুঁশিয়ারি দিলীপের
ETVBHARAT
9 minutes ago
2:44
চাপৰত ৩২০০ মেগাৱাটৰ আদানী শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
ETVBHARAT
9 minutes ago
1:19
Gangster Sandeep Alias Kala Jathedi Granted Parole To Attend Twin Daughters' Naming Ceremony
ETVBHARAT
10 minutes ago
2:19
गाजियाबाद में पराली जलाने की घटनाएं हुईं शून्य, जैविक खाद बनाने में जुटे किसान
ETVBHARAT
17 minutes ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
2 months ago
3:45
যোৰহাট জিলাত মুঠ ১৭৯ খন ৰাজহ গাঁও জলমগ্ন, পুনৰ জাঁজী নদীৰ জলস্তৰ বৃদ্ধি
ETVBHARAT
2 months ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
2 months ago
2:55
অসম-মেঘালয় সীমান্তত ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে মহিলাৰ সমদল
ETVBHARAT
2 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
3 months ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
3 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
3 months ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
3 months ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
4 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
5 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
5 months ago
3:43
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
5 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
5 months ago
0:30
গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা
ETVBHARAT
5 months ago
Comments