Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
হৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী
2 months ago
নগাঁও: ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান আৰম্ভ হৈছে । এই উদ্দেশ্যৰে দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁও জিলাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বাইক ৰেলী উলিওৱা হয় ।জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী চহৰখনৰ ক্লক টাৱাৰ হৈ উৰিয়াগাঁও চক-বৰঘাট হৈ নেহেৰুবালিত সামৰণি পৰে । সকলো বাইকত জাতীয় পতাকা আঁৰি দিয়া হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে তেওঁ নিজেও সমদলত অংশগ্ৰহণ কৰে ।উদ্বোধনী ভাষণত তেওঁ কয়,"আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যিদৰে সন্মান প্ৰদৰ্শন কৰোঁ, একেদৰে যদি নিজৰ আৰু আনৰ জীৱনৰ প্ৰতিও দায়িত্বশীল হওঁ, তেন্তে এখন অধিক সুৰক্ষিত আৰু দায়িত্বশীল সমাজ গঢ়ি তোলাটো সম্ভৱ হ’ব ।" এই কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, জিলা পৰিবহণ বিষয়া সীমান্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে ।লগতে পঢ়ক: জোনাইত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ লগত সংগতি ৰাখি ত্ৰিৰংগা ৱাকাথন - HAR GHAR TIRANGA 2026বন্যাৰ্তক সহায় কৰিবলৈ ১৫ আগষ্টত অনশনত বহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:27
Thank you very much.
01:00
Thank you very much.
01:00
Thank you very much.
Show less
Recommended
0:31
|
Up next
বিহালীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত অথন্তৰ
ETVBHARAT
2 months ago
1:02
কাছাৰত ১৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, ১ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
ETVBHARAT
2 months ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
3 months ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 months ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
6 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
6 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
6 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
6 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
6 hours ago
2:54
ছুপাৰ ডিভিজন ফুটবলত বৰমা ইউনাইটেড ফুটবল ক্লাব বিজয়ী
ETVBHARAT
3 months ago
3:28
তামিলনাডুৰ পৰা সন্ধানহীন চিলাপথাৰৰ অজিত, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
3 months ago
2:17
৩০ দিনৰ ভিতৰত কৃষকে পাব ক্ষতিপূৰণ, কৃষিমন্ত্ৰীৰ ডাঙৰ ঘোষণা
ETVBHARAT
3 months ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 months ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
3 months ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
3 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
3 months ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
3 months ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
5 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
6 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
6 months ago
8:28
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
6 months ago
1:52
আমি এনডিএ হিচাপে চৰকাৰ বনাম : হাগ্ৰামা মহিলাৰী
ETVBHARAT
6 months ago
0:34
মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল
ETVBHARAT
7 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
7 months ago