Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ঘৰৰ সমুখৰ পৰাই অপহৰণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ, তিনি অভিযুক্তক জে’ললৈ প্ৰেৰণ
2 months ago
মৰাণ: নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ কৰা ঘটনাই ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ডিব্ৰুগড় জিলা মৰাণৰ ডোমৰ দলঙত মঙলবাৰে নিশা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দুজন যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছিল । ঘটনা পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে মৰাণ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই তিনিজনকৈ যুৱকক আটক কৰে । মৰাণ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 140(4)/70(2)/123 আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিওকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ধৃত যুৱক তিনিজন হৈছে মৰাণ ফটিকাছোৱা ইকৰাণীৰ সমীৰণ কোঁচ, জয়দ্বীপ কোঁচ আৰু বৰবৰুৱা চাংমাই গাঁৱৰ ৰৌণকজ্যোতি চাংমাই । উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ঘৰৰ সমুখৰ পৰাই অপহৰণ কৰি নি পথাৰৰ কাষৰ এটা পুখুৰীৰ পাৰত যৌন আতিশায্য চলায় দুজন যুৱকে । প্ৰথম অৱস্থাত বাধা প্ৰদান কৰা ছাত্ৰীগৰাকীৰ দেহত চেতনা নাশক বেজী দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে অভিযান চলাই মৰাণৰ এটা ভাৰাঘৰৰ পৰা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত সমীৰণ কোঁচ, সমীৰণৰ জ্যেষ্ঠ ভাতৃ জয়দ্বীপ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইক আটক কৰে । জানিব পৰা মতে ঘটনা সংঘটিত কৰি জয়দ্বীপ কোঁচৰ ভাৰাঘৰত আশ্ৰয় লৈছিল কণিষ্ঠ ভাতৃ সমীৰণ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইয়ে । আৰক্ষীয়ে অভিযানৰ সময়ত ভাৰাঘৰটোৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । পঢ়ক: যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজন
Category
🗞
News
Transcript
Display full video transcript
00:27
Thank you very much.
00:59
Thank you very much.
01:29
Thank you very much.
Show less
Recommended
1:18
|
Up next
বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?
ETVBHARAT
2 months ago
3:12
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
3 months ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
3 months ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 months ago
3:28
তামিলনাডুৰ পৰা সন্ধানহীন চিলাপথাৰৰ অজিত, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
3 months ago
2:31
द्वाराहाट में कांग्रेस की परिवर्तन शंखनाद रैली, 2027 में सरकार बनाने का किया दावा, बीजेपी पर साधा निशाना
ETVBHARAT
17 minutes ago
1:21
પૂર્ણિમા નિમિત્તે યાત્રાધામ શામળાજીમાં ભક્તોનું ઘોડાપૂર, વહેલી સવારથી દર્શન માટે ઉમટી ભીડ
ETVBHARAT
21 minutes ago
3:42
सूरजकुंड दिवाली मेले में छाए प्रतापगढ़ के चंद्रभान, रसोई में इस्तेमाल होने वाली फॉयल से बनाते हैं शानदार पेंटिंग, 30-35 लोगों को दे रहे रोजगार
ETVBHARAT
21 minutes ago
1:53
सोते बच्चे को लेकर मैराथन दौड़ी महिला, श्रीनगर में दिखा मनमोहक नजारा, लोगों को हौसले को किया सलाम
ETVBHARAT
21 minutes ago
0:45
भोपाल में मारपीट में घायल युवक की मौत, पुरानी रंजिश में हुआ था हमला, शाहजहानाबाद थाने का किया घेराव
ETVBHARAT
26 minutes ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
3 months ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 months ago
3:55
নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই
ETVBHARAT
3 months ago
1:32
গুৱাহাটীত নহয়, টীয়কত এজাক বৰষুণতে বুৰ গ'ল ৰাজপথ
ETVBHARAT
3 months ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
4 months ago
2:10
পথৰ নামত আৱণ্টিত ৪ লাখ টকাৰ মাত্ৰ ৩৮ হাজাৰহে ব্যৱহাৰ !
ETVBHARAT
4 months ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
4 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
4 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
4 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
4 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
5 months ago
1:11
আৰক্ষীৰ জালত চাৰি মানৱ অংগ সৰবৰাহকাৰী, টাৰ্গেট হৈ পৰিছে দুখীয়া পৰিয়াল
ETVBHARAT
6 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
6 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
6 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
6 months ago