Skip to playerSkip to main content
  • 2 months ago
নাজিৰা : ১৯ জুলাইৰ ভয়াৱহ বানে বৃহত্তৰ নাজিৰা অঞ্চল ধ্বংস কৰি থৈ যোৱাৰ পাছতে অসমৰ ৰাইজৰ লগতে বিভিন্ন ৰাজ্যৰ মানৱ দৰদী লোকে সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে । ইয়াৰ মাজতে বিশেষ চৰ্চাত আছে কণ্ঠশিল্পী দীপলিনা ডেকা ।  বানবিধ্বস্ত পৰিয়ালক সহায় কৰিবৰ বাবে দিন-ৰাতি একাকাৰ কৰি বৃহত্তম নাজিৰা অঞ্চলত ঘূৰি ফুৰিছে কণ্ঠশিল্পীগৰাকী । বানৰ প্ৰকোপত ভাঙি তচনচ হৈ যোৱা, পলসে পুতি পেলোৱা ঘৰসমূহ পুনৰ নিৰ্মাণ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা বাঁহ-বেৰ যোগাৰ কৰি শিল্পীগৰাকীয়ে বানাক্ৰান্ত ৰাইজক সহায় কৰা পৰিলক্ষিত হৈছে ।  বানে বিধ্বস্ত কৰা বামুণ পুখুৰীত অভিনেত্ৰী দীপলিনা ডেকা উপস্থিত হৈ কয়, ‘‘বানত ৰাইজৰ যি কষ্ট তথা যিটো ক্ষতি হৈছে তাৰ তুলনাত আমাৰ একোৱে হোৱা নাই । কেৱল মই বুলিয়ে নহয় আমাৰ সৈতে এটা ডাঙৰ টীম লগ হৈ কাম কৰি আছে । ৰাইজৰ ক্ষতিগ্ৰস্ততাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথম অৱস্থাত ১০০টা ঘৰ নিৰ্মাণ কৰা হ'ব । তাৰ পিছৰ পৰ্যায়ত বানাক্ৰান্ত লোকৰ জীৱিকাৰ ওপৰতো কাম কৰা হ'ব ।’’ উল্লেখ্য যে প্ৰখৰ ৰ'দ তথা বৰষুণক নেওচি অসমৰ ৰাইজে উঠি পৰি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ অহা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত মানৱ সেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে অসমৰ ৰাইজে । ইয়াৰ মাজতে কণ্ঠশিল্পী দীপলিনা ডেকাই লোৱা ব্যতিক্ৰমী প্ৰচেষ্টাক বানাক্ৰান্ত ৰাইজে আঁকোৱালি লৈছে । লগতে পঢ়ক : শ শ বিছনা, গাৰু, তুলি, ফিল্টাৰ লৈ বানাক্ৰান্তৰ কাষ পালেহি গ্ৰেট খালি

Category

🗞
News
Transcript
00:00We are working with Riders and Pride and so on.
00:04We are very good and we are very good.
00:07We are not a doctor, we are not a doctor, we are not a doctor, we are not a doctor.
00:11But we are very good at that.
00:13So that's the first thing that Riders is the first person who is lost.
00:17That's why we are not a friend.
00:20We are not a friend of mine.
00:23We are not a friend of mine.
00:24We are a very good team.
00:25We were working very closely with our foundation.
00:31The other people worked at Raijaar.
00:36Now who is really useful, Raijaar used to offer it for a few days.
00:40So I came from Gaurtman Home.
00:41I worked very closely with the SAID and I have worked very closely with the DP car.
00:48It is hard to make a job.
00:50After 2015, Rijjee was on the day and we were living much on the age of 7.
00:56Did you tell us about this area?
01:00Our school is almost almost stronger,
01:05and I have to carry out a lot of people,
01:08and I will do their targets again.
01:10So I will be working hard for our work.
01:16We are planning planning,
01:17We have to do such a difference, but here we have to respect the price of the price.
01:23This is a great opportunity to be able to make a difference between the price and the price of the
01:24price.
01:24We have to make a difference between the price.
01:30The price of the price is so much less than the price and the price is very high.
01:38यह रहाभा है, श्रथाला गाई आ, मैं आप को आट वह से आ अहीं है और श्रूरों गना आ अधु
01:42ऑला यहा है, और अधुला घ्नाड ही सुख़ा दोख्यों, यहा संदु आपकाई प्रफाउ ल कोना आपन प आपकाई जह समये
01:51देखिवा ना आतकी तो नीए इस ब्रूस दो
02:35Thank you very much.
02:36Thank you very much.

Recommended