Skip to playerSkip to main content
  • 2 months ago
জনিয়া : কলগাছিয়াৰ লাচাংগাত মৰা বেঁকী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে ৰাইজক যমৰ যাতনা দিছে । শ শ লোকৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হৈছে । জহি-খহি যোৱা এই বাঁহৰ দলংখনত সঘনাই দুৰ্ঘটনাও সংঘটিত হৈছে । যাতায়তৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । সেয়ে শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক দাবী জনাইছে ৰাইজে ।স্থানীয় এজন লোকে কয়, ‘‘এই বাঁহৰ দলংখনৰ বাবে ইতিমধ্যে কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ ফলত কেবাজনো লোক আহত হৈছে ৷ অহা-যোৱা কৰিবলৈ বিকল্প পথৰ অভাৱৰ বাবেই সকলোৱে এই পথেৰেই অহা-যোৱা কৰিবলৈ বাধ্য হৈ পৰে ৷’’আন এজন লোকে কয়, ‘‘উপযুক্ত দলং নথকাৰ বাবে অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈ আহিছে ৷ বিয়া-বাৰুৰ ক্ষেত্ৰতো বহু যুৱক-যুৱতীয়ে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ সেয়ে দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে উক্ত স্থানত শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক আমি আহ্বান জনাইছো ৷’’লগতে পঢ়ক : উপযুক্ত পথৰ অভাৱত বিয়াৰ পৰা বঞ্চিত এখন গাঁৱৰ যুৱক-যুৱতী

Category

🗞
News
Transcript
00:00Our students are all good at home.
00:02I have a chance to get here.
00:06I have a chance to get here.
00:11When they are in an area of the people,
00:14I have a chance to get here.
00:17If we have better,
00:17we have to work with our students.
00:23And we have to get here.
00:30foreign
00:57We agreed that we sought our
01:27all I've done is to make.
01:31How many people have been doing this?
01:36They have been working pretty,
01:401,000 people.
01:42They have been working.
01:44The government is for the government.
01:48foreign
02:02foreign
02:03I would never give up, but will not be a good one.
02:06I would never give up.
02:08He would never give up.
02:11I would never give up.
02:11Will it be a good one?
02:12Yes, I would never give up.
02:15When I was a good one, my mother in my home.

Recommended