Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
জুবিনৰ স্মৃতিয়ে আমনি কৰি ফুৰিছে মোমায়েক-মামীয়েকক
7 weeks ago
যোৰহাট : ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ কায়িকভাৱে আঁতৰি যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল । শনিবাৰে সমগ্ৰ ৰাজ্যজ্যুৰি জুবিন দিৱস পালন কৰা হৈছে । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰিছে ৷ উচুপি উঠিছে তেওঁৰ অনুৰাগীসকল । যোৰহাটৰ সৈতে জুবিনৰ নিবিড় সম্পৰ্ক আছিল ৷ পুলিবৰ সৰুচৰাইত জুবিনৰ মোমায়েকৰ ঘৰ ৷ আজি হাহাকাৰ কৰি ফুৰিছে মোমায়েক-মামীয়েকৰ হৃদয় ৷ মামীয়েক অলি অধ্যাপকে কয়, “আজি জুবিনৰ কথাবোৰে মোক বৰকৈ আমনি কৰিছে । সি নিশা প্ৰায়ে ১২ বজাৰ পৰা ১বজাৰ ভিতৰত ইয়ালৈ আহিছিল আৰু তাৰ সৈতে কথা পাতিবলৈ শোৱাপাটীৰ পৰা মোমায়েকক উঠাই লৈ গৈছিল । তাৰ প্ৰিয়বস্তুবোৰ দিবলৈ সি মোক আমনি কৰিছিল । সি সৰুৰ পৰাই ৰুটি আৰু চুজি খাই ভাল পাইছিল, সেয়েহে তাৰ কাৰণে মই ৰুটি বেলেগকৈ লুকুৱাই ৰাখিছিলোঁ । পকা মিঠৈ তাৰ প্ৰিয়, কৰবাত প্ৰগেমলৈ গ’লে লৈ গৈছিল, তাৰ সেই কথাবোৰে মোক বৰকৈ আমনি কৰি থাকে ।"মোমায়েক নৃপেন্দ্ৰ নাথ অধিকাৰীয়ে কয় যে সি ৰাতি প্ৰায়ে শোৱাপাটী পৰা তেওঁক উঠাই আনিছিল । ইমান ৰাতি কিয় আহিছ বুলি সুধিলে কয়- ‘তঁহতক মই চাবলৈ আহিছো’ ।উল্লেখ্য যে, কলেজত পঢ়ি থকাৰ সময়ত প্ৰায়েই পুলিবৰৰ মোমায়েকৰ ঘৰত আছিল জুবিন গাৰ্গ লগতে আছিল জংকীও । যোৰহাট নগৰৰ ক্লাৱ ৰোডৰ ঘৰৰ পৰা জুবিনে চাইকেল চলাই প্ৰায়েই মোমায়েকৰ ঘৰলৈ আহিছিল । ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ বহু স্মৃতি এই ঘৰটোৱে কঢ়িয়াই ফুৰে ৷লগতে পঢ়ক : জন্মদিনত চাকি জ্বলালে নে নাই নাজানো! কিন্তু আজি এগছি চাকি জ্বলাব-কাৰ মুখত এই কথা?
Category
🗞
News
Transcript
Display full video transcript
00:11
Thank you so much for joining us today.
00:14
Thank you so much for joining us today.
Show less
Recommended
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2:23
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা; নিজহাতে পৰিবেশন কৰিলে খাদ্য
ETVBHARAT
New
3:08
स्वास्थ्य मंत्री के समर्थन में उतरे समर्थक, भाजपा नेताओं के खिलाफ थाना में शिकायत दर्ज कर एफआईआर करने की मांग
ETVBHARAT
New
0:35
बदायूं के रामलीला मेले में चाकूबाजी, एक युवक की मौत, दूसरा गंभीर रूप से घायल, खिलौने के पैसे को लेकर हुआ था विवाद
ETVBHARAT
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
1:21
মৰিগাঁৱত সদৌ তিৱা মহিলা সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
ETVBHARAT
3:01
আমি দহ বছৰ পিছুৱাই গ'লো ! জাঁজী নদীৰ ছিগা মথাউৰিত বানাক্ৰান্তৰ বিননি
ETVBHARAT
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2:52
ভূমিকেন্দ্ৰিক বিবাদত আহত দুজন, বজাৰৰ মাজতেই আক্ৰমণ
ETVBHARAT
1:01
দীৰ্ঘদিনে আতংকৰ সৃষ্টি কৰা বনৰজা এইবাৰ যোৰহাটৰ চাহ বাগিছাৰ জালত
ETVBHARAT
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3:34
শিৱসাগৰত আৰক্ষীয়ে জ্বলালে ১৩ কোটি টকাৰ ড্ৰাগছ
ETVBHARAT
3:11
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাটত চাঞ্চল্যকৰ ঘটনা; হোটেলৰ কোঠাত উদ্ধাৰ আপত্তিজনক সামগ্ৰী
ETVBHARAT
2:53
বৰপেটাত দুটাকৈ বাল্যবিবাহৰ ঘটনা ৰোধ, দুগৰাকী নাবালিকাক উদ্ধাৰ
ETVBHARAT
New
3:15
लैपटॉप कोडिंग वाला अंतराष्ट्रीय चोर गिरोह-स्कार्पियो का टॉप मॉडल उड़ाकर पहुंचा देता है नेपाल! जानें, पूरी कहानी
ETVBHARAT
New
0:47
બનાસકાંઠા: પાલનપુરની મલ્ટી સ્પેશિયાલિટી હોસ્પિટલમાં લાગી આગ, દર્દીઓ-સ્ટાફમાં મચી ભાગદોડ
ETVBHARAT
New
5:35
मेरठ में क्यों लागू किया गया GRAP-2? खिलाड़ियों में भी मायूसी, कब से शुरू होंगी खेल प्रतियोगिताएं?
ETVBHARAT
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
1:16
বানপীড়িতৰ কাষত মাজুলী জিলা প্ৰশাসন আৰু শালমৰাৰ নৌকা শিল্পী, ২০ খনকৈ হাত নাও শিৱসাগৰলৈ প্ৰেৰণ
ETVBHARAT
1:55
অসম প্ৰিমিয়াৰ লীগৰ বাবে নিৰ্বাচিত অবিনাশ ফুকন; উৎফুল্লিত পিতৃ-মাতৃ, গোলাঘাটৰ ক্ৰীড়ানুৰাগী
ETVBHARAT
1:00
বৰষুণৰ আশাত শিশুৱে পাতিলে ‘কল-পচলাৰ বিয়া’
ETVBHARAT
2:37
৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা
ETVBHARAT
3:42
বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ
ETVBHARAT
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT