Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ম'ৰাচুৰকত বন্যহস্তীৰ উপদ্ৰৱ; ভাঙিলে ঘৰ, খালে ভঁৰালৰ ধান
16 minutes ago
চামগুৰি : নগাঁৱৰ পুৰণিগুদামত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ । বৃহস্পতিবাৰে নিশা ম'ৰাচুকত বনৰীয়া হাতীয়ে দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । লগতে ভঁৰালৰ ধান খাই তহিলং কৰে । অৱশ্যে কথমপি পৰিয়াল দুটা হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে ।জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বন্যহস্তীয়ে ভাৰত চন্দ্ৰ বৈৰাগী আৰু ইলা বৈৰাগীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । এই ঘটনাৰ পিছতে পৰিয়াল দুটাৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । বন্যহস্তীৰ উপদ্ৰৱক লৈ অঞ্চলটোৰ ৰাইজৰ মাজতো তীব্ৰ আতংকৰ সৃষ্টি হৈছে । বিশেষকৈ নিশাৰ ভাগত বন্যহস্তীৰ বিচৰণে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে ।এই সন্দৰ্ভত ভুক্তভোগী ভাৰত চন্দ্ৰ বৈৰাগীয়ে কয়, "ৰাতি হাতী আহি ঘৰ ভাঙিলে, ভঁৰাল ভাঙিলে, ধান খালে । একোৱে গম নাপাও পুৱা শুই উঠিহে দেখা পাইছোঁ । কাষৰ কোঠাতে মানুহ আছিল কিন্তু কাৰো একো ক্ষতি হোৱা নাই ।" ইফালে অঞ্চলটোত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ পিছতো বন বিভাগে হাতী খেদি জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে । বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো ৰাইজে দাবী জনাইছে ।লগতে পঢ়ক : অসম-ভূটানৰ মাজত ৩৮ হাজাৰ হস্তী নিৰীক্ষণ স্থান চিনাক্ত
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Recommended
3:01
|
Up next
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 months ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
2 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
1:24
भारतवंशी कानूनी दिग्गज नवनीतम 'नवी' पिल्लै को मिला 2026 का नोबेल शांति पुरस्कार, मानवाधिकारों के लिए दिया गया योगदान
ETVBHARAT
15 minutes ago
1:50
धनकुबेड़ निकला बिहार का ADM: 16 साल की नौकरी में 3.12 करोड़ की संपत्ति, अडानी और यूनिलीवर में शेयरधारक
ETVBHARAT
15 minutes ago
0:53
उत्तराखंड और हिमाचल के बीच एमओयू साइन, आपदा प्रबंधन पर हुई बड़ी डील, जानिए डिटेल
ETVBHARAT
20 minutes ago
4:03
SPECIAL: हजारीबाग में फैशन डिजाइनिंग का जलवा, अपशिष्ट पदार्थों से तैयार परिधान पहनकर रैंप पर पहुंची छात्राएं
ETVBHARAT
21 minutes ago
4:19
পুজোয় কেমন থাকবে আবহাওয়া, আনন্দে কি কাঁটা হবে নিম্নচাপ ?
ETVBHARAT
21 minutes ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
3 months ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
3 months ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
3 months ago
2:52
ভূমিকেন্দ্ৰিক বিবাদত আহত দুজন, বজাৰৰ মাজতেই আক্ৰমণ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:37
৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা
ETVBHARAT
3 months ago
6:45
শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ
ETVBHARAT
3 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
3 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
3 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 months ago
3:59
বালিয়ে পুতিলে সেউজীয়া ধাননি, পথাৰলৈ চাই হাহাকাৰ কৃষকৰ
ETVBHARAT
4 months ago
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago