Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
প্ৰতিকূল বতৰক নেওচি পীযুষ হাজৰীকা আৰু ৰমাকান্ত দেউৰীৰ মনোনয়ন দাখিল
6 months ago
মৰিগাঁও : প্ৰতিকূল বতৰক নেওচি শুকুৰবাৰে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীযুষ হাজৰীকা আৰু মৰিগাঁৱৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে । প্ৰায় ৫০ হাজাৰ কৰ্মীক লগত লৈ এক বিশাল ৰেলীৰে দুয়োগৰাকী প্ৰাৰ্থী উপস্থিত হয় মৰিগাঁও সদৰত । মনোনয়ন দাখিলৰ সময়ত ৰমাকান্ত দেউৰীয়ে দাবী কৰে যে এইবাৰ ৮০ হাজাৰ ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব ।সাংবাদিকৰ আগত তেওঁ কয়, "ইয়াত একো ফেক্টৰ নহয় । আগতে ৭০ হাজাৰ আছিল এতিয়া ৮০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ম ।" একেদৰে পীযুষ হাজৰীকাই কয়, "জাগীৰোড, মৰিগাঁৱক আগুৱাই লৈ যোৱাৰ সপোন দেখিছিলো । কিছু সফল হৈছো আৰু কাম কৰিবলৈ জনতাৰ পৰা আশীৰ্বাদ বিচাৰিছো ।"উল্লেখ্য যে, এইবাৰ কংগ্ৰেছে অসম জাতীয় পৰিষদক মৰিগাঁৱৰ আসনখন এৰি দিছে । অসম জাতীয় পৰিষদৰ বাণী দাসে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে জাগীৰোড সমষ্টিত পীয়ুষ হাজৰীকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব একালৰ অসম গণ পৰিষদৰ মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুবুল দাসে ।লগতে পঢ়ক : বৰছলাত নিৰ্বাচন একপক্ষীয় হ'ব; মনোনয়ন দাখিল কৰি আত্মবিশ্বাসী ৰিপুণ বৰা
Category
🗞
News
Transcript
Display full video transcript
00:07
I'll see you next time.
00:36
I'll see you next time.
01:26
I'll see you next time.
01:57
I'll see you next time.
01:59
I'll see you next time.
Show less
Comments
Log in to post a comment
Recommended
2:53
|
Up next
বৰপেটাত দুটাকৈ বাল্যবিবাহৰ ঘটনা ৰোধ, দুগৰাকী নাবালিকাক উদ্ধাৰ
ETVBHARAT
7 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
2 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
2 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2 months ago
4:58
ଗଣଶିକ୍ଷା ମନ୍ତ୍ରୀଙ୍କ ଇସ୍ତଫା ଦାବିରେ ବିଜେଡିର ଆହୋରାତ୍ର ଧାରଣା; କାଲି ବିଧାନସଭା ଘେରାଉ, ସାମିଲ ହେବେ ୧୦ ହଜାରରୁ ଉର୍ଦ୍ଧ୍ବ ନେତା, କର୍ମୀ
ETVBHARAT
22 minutes ago
2:04
'NHAI अधिकारियों को नहीं हिमाचल के लोगों की जान-माल की परवाह, फोरलेन निर्माण से घरों में आई दरार'
ETVBHARAT
29 minutes ago
1:19
'Our Daughters Have Once Again Made History!': Golden Moments Of Joy At Cricketer Shafali Verma’s House In Haryana
ETVBHARAT
40 minutes ago
3:59
સામાન્ય જનતાને હજુ રડાવશે ડૂંગળી, 8થી 10 રૂપિયે વેચાતી ડુંગળીના ભાવ અચાનક 60થી 70 સુધી કેમ પહોંચી ગયા?
ETVBHARAT
40 minutes ago
3:21
સૌરાષ્ટ્રની સૌથી જૂની હાઈસ્કૂલના બે ક્લાસ બંધ, 40થી વધુ વિદ્યાર્થીઓનું ભાવિ અદ્ધરતાલ!
ETVBHARAT
45 minutes ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
3 months ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
3 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
3 months ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
3 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
4 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
4 months ago
3:42
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস; বাক স্বাধীনতা খৰ্ব হোৱাত ক্ষুব্ধ সংবাদকৰ্মী
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
5 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
6 months ago
Comments