Skip to playerSkip to main content
  • 4 months ago
অভয়াপুৰী : শনিবাৰে চিৰাঙ জিলা কাজলগাঁও আৰক্ষী, চিদলী আৰক্ষী আৰু গুৱাহাটীৰ পৰা যোৱা এছটিএফ বাহিনীয়ে কাজলগাঁৱত এক অভিযানত  চলাই ৷ অভিযানত ৮ টাকৈ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে কৰায়ত্ত কৰে ৯ টাকৈ চোৰাং চিকাৰী ৷ঘটনাৰ সন্দৰ্ভত বনবিভাগৰ বিষয়াই কয়,"৯ টাকৈ চোৰাং চিকাৰীয়ে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা লৈ আহিছিল বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ কেইটা । চোৰাং চিকাৰী কেইটাৰ ভিতৰত এটা বাংলাদেশী আছে ৷ আনহাতে পাঁচজন পশ্চিমবংগৰ আৰু তিনিজন চিৰাং জিলাৰ বেংতলৰ ৷ চোৰাং চিকাৰীকেইটাই আন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰাৰ পৰিকল্পান কৰিছিল সোণালী বান্দৰকেইটা ৷"তেওঁ লগতে কয়,"চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা সোণালী বন্দৰ কেইটাৰ ভিতৰত এটা বন্দৰৰ মৃত্যু হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ কেইটাক জেৰা অব্যাহত ৰাখিছে ৷"লগতে পঢ়ক : এখন ছবি মচি দিলে জুবিন গাৰ্গ শেষ হৈ নাযায় : কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা

Category

🗞
News
Transcript
00:00The area of the national park is in the ULTA-PANY area, so that the decoy, trapping,
00:10is very steep.
00:12It is very steep because there is a lot of damage, and there is a lot of damage.
00:20So, I think that the police have been detected by the detects.
00:23the police and the police, the protection guard and the labelcar who is arrested for the attack.
00:37I think that there is a lot of people who live in the city and have people who live in
00:46the city,
00:47and there is a lot of people who live in the city of the city.
01:06Thank you very much.
01:33Thank you very much.
02:14Thank you very much.

Recommended