Skip to player
Skip to main content
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
3 months ago
মৰিগাঁও : শুকুৰবাৰে জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষ অভিনন্দনৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । উল্লেখ্য যে, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নিম্নতম ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা জালুগুটি অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায় জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই ৷অনুষ্ঠান উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয়, "শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ মূল আধাৰ । ছাত্ৰ-ছাত্ৰীসকলেই দেশ আৰু জাতিৰ ভৱিষ্যৎ । আজিৰ এই সফলতাই তেওঁলোকৰ ভৱিষ্যৎ যাত্ৰাৰ আৰম্ভণিহে, সেয়েহে সকলো প্ৰত্যাহ্বান নেওচি শৃংখলাবদ্ধভাবে আগুৱাই যাব লাগিব ।"অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ লগতে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ ৷লগতে পঢ়ক: অসমৰ বানৰ শেহতীয়া তথ্য়: ৯৭ জনৰ মৃত্যু, ক্ষতিগ্ৰস্ত ১১,৮৪,৯৪৪ জন
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:14
foreign
00:59
Thank you very much.
01:23
Thank you very much.
Show less
Recommended
0:44
|
Up next
यूपी MLC चुनाव 2026; आगरा के तीन बूथों पर पुनर्मतदान शुरू, सुरक्षा के कड़े प्रबंध
ETVBHARAT
11 minutes ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
3 months ago
4:18
'সাপক ভয় কৰি হত্যা নকৰিব', বিশ্ব সৰ্প দিৱসত ধুবুৰীত প্ৰকৃতিপ্ৰেমীৰ আহ্বান
ETVBHARAT
3 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
4 months ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
4 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 months ago
1:50
36 मुकदमा वाला राजेश मुठभेड़ में घायल, मौके से दो साथी गिरफ्तार, 15 लाख का गांजा बरामद
ETVBHARAT
11 minutes ago
5:40
ఎన్టీఆర్ ఆరోగ్య విజ్ఞాన విశ్వవిద్యాలయం - 40 ఏళ్ల ఘన ప్రస్థానం
ETVBHARAT
13 minutes ago
1:15
Delhi House Collapse: Two Bodies Recovered, More Feared Trapped
ETVBHARAT
15 minutes ago
3:33
ಭೀಕರ ಬರ, ಕೊನೆಭಾಗಕ್ಕೆ ತಲುಪದ ಭದ್ರೆ: ನೀರಿಲ್ಲದೆ ಒಣಗುತ್ತಿರುವ ಭತ್ತದ ಗದ್ದೆಗಳಿಗೆ ಮೇಯಲು ದನಕರು ಬಿಟ್ಟ ಅನ್ನದಾತ!
ETVBHARAT
16 minutes ago
1:19
সোণাপুৰত বনবিভাগ-ডব্লিউচিচিবিৰ যুটিয়া অভিযান, গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰী আটক
ETVBHARAT
4 months ago
3:12
বৰভাগৰ শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস পালন
ETVBHARAT
4 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
4 months ago
3:58
ধুবুৰীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য মন্ত্ৰী অশোক সিংহলৰ
ETVBHARAT
4 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
4 months ago
0:59
চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা, এটা শ্ৰেণীকোঠাতে পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান
ETVBHARAT
4 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
4 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
5 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
5 months ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
5 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
7 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
7 months ago