Skip to playerSkip to main content
  • 4 months ago
সোণাপুৰ : ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ সৰবৰাহকাৰী চক্ৰ । সোমবাৰে মহানগৰীৰ সোণাপুৰত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ চুমকৈ ডব্লিউচিচিবি আৰু সোণাপুৰ বনবিভাগে এক যুটীয়া অভিযান চলায় ৷ সোণাপুৰৰ কমাৰকুছিস্থিত 'চেগুন বাগান ৰিজৰ্ট'ত চলোৱা অভিযানত এটা গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰীক আটক কৰে ৷গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এটা ৯২০ গ্ৰাম ওজনৰ গঁড়ৰ খৰ্গ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এএছ০১ জিজে ৮৩৬৬ নম্বৰৰ এখন বাহন, ১ টা লেপটপ, ৪ টা মোবাইল, কেইবাখনো এটিএম কাৰ্ড জব্দ কৰে অভিযানকাৰী দলে ৷ উল্লেখ্য যে, ধৃত তিনি সৰবৰাহকাৰী কেইটাই পূৰ্বৰে পৰাই উক্ত ৰিজ’ৰ্টখনত বাহৰ পাতি আছিল । কোনো ডাঙৰ ব্যৱসায়ীৰ সৈতে খৰ্গটোৰ সন্দৰ্ভত ডিল কৰাৰ পৰিকল্পনা আছিল চক্ৰটোৰ।লগতে পঢ়ক:অসম পেৰা স্পৰ্টছ মিট ২০২৬ৰ পূৰ্বে নগাঁৱত খেলুৱৈ বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন

Category

🗞
News
Transcript
00:00Today, we are in the local area of Sanapur and suspected rhino horn recovered from the tinnizan.
00:11The wildlife crime control bureau has been pranked by the wildlife crime control bureau.
00:16The tinnizan accused of our custody and interrogation has been asked.
00:27I have been doing a lot of research.
00:31How did you get a big deal?
00:34Yes, I was given a big deal.
00:38I have been doing a lot of research.
00:44Who did you get a big deal?
00:45I have been doing a big deal in the first place.
00:52I have been doing a big deal with the first time.
00:54I have been doing a big deal in the first place.
00:56and they have to deal with it.
01:02They are still in charge.
01:04They have to deal with it.
01:07They are still in charge.
01:08They have to deal with it.
01:11They are still in charge of the laptop.

Recommended