Skip to player
Skip to main content
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
বৰপেটাৰ ৰাখাল থানত ৩০ ঘণ্টীয়া কাতি বিহুৰ নাম প্ৰসংগ
8 hours ago
বৰপেটা : আজি ৰাজ্যজুৰি পালন কৰা হৈছে কাতি বিহু ৷ উল্লেখ্য যে, কাতি বিহু উপলক্ষে বৰপেটাত কাতি বিহুৰ দিনাৰ পৰাই ৰাজহুৱা নাম প্ৰসংগৰ আয়োজন কৰা হয় । মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত বৰপেটাৰ ৰাখাল থানত কাতি বিহু তথা কাতি মাহৰ নাম প্ৰসংগৰ আজি আৰম্ভ কৰা হয় ।উল্লেখযোগ্য যে সুন্দৰীদিয়া সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ যাত্ৰাৰ সময়ত মাধৱদেৱ গুৰুজনাই গৰখীয়া ল'ৰা আৰু চৰি ফুৰা গৰুবোৰ দেখি আজিৰ ৰাখাল থানৰ ভূমিত বহি দুটা বৰগীত ৰচনা কৰিছিল আৰু তাতেই গঢ়ি উঠা বাবে থানখনৰ নাম ৰাখাল থান হয় ।পৰম্পৰাগতভাৱে কাতি বিহুৰ দিনৰ পৰা আৰম্ভ হোৱা নাম প্ৰসংগৰ আজি আৰম্ভ কৰা হয় আৰু ৩০ ঘণ্টা জুৰি অবিৰতভাবে নাম প্ৰসংগ চলি থাকিব। ইয়াৰ পাছত বৰপেটাৰ প্ৰতিখন সত্ৰ, নামঘৰ, থান, হাটীয়াৰ ঘৰ আদিতো অনুষ্ঠিত হ'ব কাতিমহীয়া নাম ৷লগতে পঢ়ক: শাৰদীয় দুৰ্গোৎসৱ 2026 : বৰমাত মহাসপ্তমীৰ পূজা অৰ্চনা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
00:58
Satsang with Mooji
01:28
Satsang with Mooji
01:58
Satsang with Mooji
02:28
Satsang with Mooji
02:57
Satsang with Mooji
02:59
Satsang with Mooji
03:01
Satsang with Mooji
03:09
Satsang with Mooji
03:13
Satsang with Mooji
Show less
Recommended
1:07
|
Up next
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
3 months ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
3 hours ago
1:35
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
2 months ago
1:06
পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
ETVBHARAT
2 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
3 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
3 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
3 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
3 hours ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
4 months ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
4 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
4 months ago
3:48
কবি মিহিৰ মৌচম ৰয়ৰ কাব্যগ্ৰন্থ উন্মোচন
ETVBHARAT
4 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
4 months ago
3:42
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস; বাক স্বাধীনতা খৰ্ব হোৱাত ক্ষুব্ধ সংবাদকৰ্মী
ETVBHARAT
6 months ago
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
6 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
6 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
6 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago
0:46
হাতত লাখুটি, মনত আত্মবিশ্বাস লৈ ভোটকেন্দ্ৰলৈ আহিল ৭৫ বছৰীয়া আইতা
ETVBHARAT
6 months ago
4:43
গণতন্ত্ৰৰ উৎসৱত হিলদল ভাঙি আহিছে লোক
ETVBHARAT
6 months ago
2:44
ভোটযুদ্ধলৈ সাজু : বৃহস্পতিবাৰে বাক্সা জিলাৰ দুটা সমষ্টিত সৰ্বমুঠ ৫০২ টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ
ETVBHARAT
6 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
6 months ago