Skip to playerSkip to main content
  • 4 months ago
জোনাই: জোনাই সম-জিলাৰ বালিজান অঞ্চলৰ কাষেদি বৈ যোৱা শুকান নদীৰ গৰাখহনীয়াৰ বাবে আতংকত দিন কটাইছে নৈপৰীয়া ৰাইজ ৷ জানিব পৰা মতে, বছৰ পাছত বছৰ ধৰি শুকান নদীৰ গৰাখহনীয়াই বালিজান আৰু এক্স-আৰ্মী গাঁৱৰ বাসিন্দাসকলৰ নিদ্ৰা হৰণ কৰি আহিছে । ইতিমধ্যে নদীখনৰ বুকুত জাহ গৈছে বহু লোকৰ ঘৰ-ভেটি, কৃষিভূমি, বাট-পথকে ধৰি আন আন বহু মূল্যৱান সা-সম্পত্তি ৷ইফালে একাংশ ভূ-মাফিয়াই জোনাই বনবিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি দিন-নিশাই নদীখনৰ বুকুত অবৈধ বালি খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে, স্থানীয় ৰাইজে জোনাই বনবিভাগৰ লগতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক অবৈধ বালি খননৰ সৈতে জৰিত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শুকান নদীৰ গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।লগতে পঢ়ক:প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই মাজুলীত খহনীয়া ৰোধৰ বাবে আগবঢ়ালে ভোগ

Category

🗞
News
Transcript
00:00My name is Balijan.
00:01How do you do this?
00:05We can't do this.
00:09We've made the same thing.
00:10We don't have to do this.
00:11We don't have to do this.
00:14We have to do this.
00:16We've been doing this.
00:18We've done this.
00:19We've done this.
00:23We have a ton of money, and we have a lot of money here.
00:29We have no money, but we have no money.
00:33We have no government, and we have no money.
00:37The government is not the protection of our province.
00:41We have been working in the U.S. Army.
00:50Can you hear me?
00:52I see the farmer's farm here.
00:59I'm trying to get my farmer's farm.
01:01I see the farmer's farm has been a farmer.
01:10I'm sorry, I'm sorry.
01:13I'm sorry, I'm sorry.
01:14We have to go to the right place.
01:15Now, the water is still in the middle of the river.
01:24I'm sorry.
01:27I'm sorry.
01:29I'm sorry.
01:30I'm sorry.
01:32I'm sorry.
01:32I'm sorry.
01:32I'm sorry.
01:37I'm sorry.
01:38I'm sorry.
01:40I'm sorry.
01:41I'm sorry.

Recommended