Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
2 months ago
যোৰহাট: মন্ত্ৰিত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষৰ সৈতে শৈক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰে । ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম, নতুন শিক্ষক নিযুক্তি আদি কৰি বিষয়সমূহৰ লগতে মহাবিদ্যালয় পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষানুষ্ঠানখনৰ বিভিন্ন অভাৱ-অভিযোগ ওপৰত আলোচনাতো মিলিত হয় । আলোচনাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয়,"প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা দিছোঁ । সেই ১০কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে, আমি এই বছৰটো ভিতৰতে এই কাম সমাপ্ত কৰি মুকলি কৰিব পাৰিব ।"লগতে তেওঁ হাইস্কুল, হায়াৰ ছেকেণ্ডৰীত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ প্ৰসংগত কয়,"হাইস্কুল আৰু হায়াৰ ছেকেণ্ডৰী স্কুলত প্ৰধান শিক্ষক নিযুক্তি দিব নোৱৰা মূল কাৰণটো হ'ল উচ্চ ন্যায়ালয়ৰ গোচৰ বা বাধা । এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে । গতিকে আমি চেষ্টা কৰিছোঁ, এই সমগ্ৰ বিষয়টো মীমাংসা কৰি নিযুক্তি দিয়াৰ ওপৰত ।"লগতে পঢ়ক: অৱসৰ বিনোদনৰ বাবেও দিব লাগিব কৰ, পাৰ্কত সোমালেই লাগিব ধনপ্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
...
00:00
...
00:31
Thank you very much.
00:48
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:21
|
Up next
বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ কনকলতা অসামৰিক চিকিৎসালয়ৰ দলৰ যাত্ৰা
ETVBHARAT
4 weeks ago
1:06
বশিষ্ঠ নৈৰ বেদখলকাৰী তথ্য চক্ৰবিষয়াক সাত দিনৰ ভিতৰত দাখিলৰ নিৰ্দেশ মন্ত্ৰীৰ
ETVBHARAT
4 weeks ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
5 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
5 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
5 weeks ago
2:03
ଭଦ୍ରକରେ ବନ୍ୟା ବିତ୍ପାତ: ଦେବଦୂତ ସାଜିଲେ ଆଶାକର୍ମୀ ମୀନତି ସାହୁ, ବିପନ୍ନଙ୍କୁ କାନ୍ଧରେ ବୋହି ଉଦ୍ଧାର
ETVBHARAT
4 hours ago
10:20
ભાવનગર: ઝેરી દારૂકાંડનો પીડિતોને મળ્યા ગોપાલ ઈટાલિયા; ગૃહમંત્રીને કહ્યા 'રૉયલ સ્ટેગ મંત્રી' કહ્યું - માનવતા હોય એમની પાસે રાજીનામા મંગાય"
ETVBHARAT
5 hours ago
6:21
سری نگر میں فروخت ہونے والے گوشت پر معیار کی مہر ہوگی، حلال سرٹیفیکیشن اور مذبح خانے میں بیماریوں کی جانچ کی جائے گی، عمر عبداللہ
ETVBHARAT
5 hours ago
1:04
जंतर-मंतर पर पुलिस बर्बरता: सुप्रीम कोर्ट ने बनाई हाई पावर इंक्वायरी कमेटी, आर सुभाष रेड्डी को सौंपी गई जांच की कमान
ETVBHARAT
5 hours ago
0:42
कन्नौज में पीएम श्री विद्यालय में बच्चों का हंगामा, प्रधानाचार्य बदलने और कंप्यूटर की पढ़ाई को लेकर प्रदर्शन
ETVBHARAT
5 hours ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
6 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
6 weeks ago
1:15
বৰষুণৰ পানীৰে ভৰিল চিকিৎসালয়ৰ ৰোগীৰ কক্ষ, পানীত আবদ্ধ ৰোগী
ETVBHARAT
7 weeks ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
7 weeks ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
2 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
2 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
2 months ago
1:55
ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাটো বিচাৰে: পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
2 months ago
6:44
কংগ্ৰেছতেই থাকিব দেৱব্ৰত শইকীয়া: স্থিতি স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে
ETVBHARAT
3 months ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
4 months ago
3:42
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস; বাক স্বাধীনতা খৰ্ব হোৱাত ক্ষুব্ধ সংবাদকৰ্মী
ETVBHARAT
4 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
4 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
4 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
5 months ago
Comments