Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
5 months ago
জোনাই : জোনাই বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা অব্য়াহত থকাৰ মাজতেই দেওবাৰে নিশা দুটা পৃথক পৃথক স্থানত কংগ্ৰেছ কৰ্মীৰ বাসগৃহত শিলগুটি নিক্ষেপেৰে আক্ৰমণ কৰে একাংশ দুষ্কৃতিকাৰীয়ে । এই সন্দৰ্ভত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰি কয়,"ভুৱন পেগুৰ গুণ্ডাবাহিনীয়ে আমাৰ ঘৰত নিশা শিলগুটি নিক্ষেপ কৰিছে ।" নিশা প্ৰায় ১২ বজাত জোনাইৰ মধ্যপুৰ গাঁৱৰ নিবাসী তথা কংগ্ৰেছ কৰ্মী তুষাৰ ঙাটেৰ বাসগৃহত প্ৰায় ৬-৭ খন চাৰিচকীয়া বাহনত অহা একাংশ দুৰ্বৃত্তই ঘৰৰ সমুখৰ পৰা ধাৰাসাৰে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলাই । এই আক্ৰমণত ঘৰৰ চোতালত ৰখা দুখন বিলাসী বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে । এই ঘটনাৰ কিছু সময় পিছতেই জোনাইৰ লক্ষ্মী নেপালীবস্তী গাঁৱৰ কংগ্ৰেছ নেত্ৰী ৰঞ্জনা দলেৰ বাসগৃহতো দুষ্কৃতিকাৰীৰ দলে ৰাস্তাৰ পৰা ঘৰলৈ লক্ষ্য কৰি ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰে । এই ঘটনাত ঘৰখনৰ কেইবাখনো দৰ্জা- খিৰিকীৰ উপৰি বহু সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে, এই ঘটনাৰ পিছতো জোনাই আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।লগতে পঢ়ক:জোনাইত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছৰ ৰেলীত দূৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো আহত, ভাঙিলে বাহনমুৰং ঘৰক লৈ জোনাইত কংগ্ৰেছ-বিজেপিৰ সংঘাত
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:56
|
Up next
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
3 weeks ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
4 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
7 weeks ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
2 months ago
0:30
मेरठ में सिटी बसों के पहिए थमे; 3 महीने का बकाया वेतन न मिलने से नाराज कर्मचारियों ने काम रोका
ETVBHARAT
22 minutes ago
2:23
অর্কিড-পদ্ম-রজনীগন্ধায় সেজেছেন মা তারা, দেখুন কৌশিকী অমাবস্যার বিশেষ আরতি
ETVBHARAT
25 minutes ago
1:02
दिल्ली से आई महिला की इंदौर के होटल में संदिग्ध मौत, मिलने आए शख्स को खोज रही पुलिस
ETVBHARAT
26 minutes ago
0:53
തൃശൂരിൽ വൻ കവർച്ച; ക്ഷേത്രത്തിലെ പഞ്ചലോഹ വിഗ്രഹവും വെള്ളيشംഖും മോഷ്ടിച്ചു
ETVBHARAT
26 minutes ago
3:43
ગુજરાતમાં એક વર્ષમાં કેન્સરના 26 હજારથી વધુ દર્દીઓ: યુવાનો ઝડપથી બની રહ્યા છે શિકાર, PM મોદીએ પણ ચેતવ્યા
ETVBHARAT
30 minutes ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
2 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 months ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
2 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
2 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
3 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
3 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
3 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
5 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
5 months ago
Comments