Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
2 months ago
কলিয়াবৰ: ৰাজ্যত এতিয়াও অবাধে চলি আছে বাৰ্মিজ চুপাৰিৰ অবাধ বেহা । সম্প্ৰতি বাৰ্মিজ চুপাৰি সৰবৰাহৰ বাবে সৰবৰাহকাৰীয়ে বাচি লৈছে নৈশ বাছ । দেওবাৰে নিশা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এখন যাত্ৰীবাহী নৈশ বাছৰ পৰা জব্দ কৰে বস্তাই বস্তাই বাৰ্মিজ চুপাৰি । গৰাকীবিহীন বাৰ্মিজ চুপাৰিখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে নৈশ বাছখনৰ চালক-হেন্দিমেনসহ তিনিজনক । লগতে আৰক্ষীয়ে জব্দ কৰে এএছ-০১-এছচি-৮০৯৪ নম্বৰৰ বাছখন । চালক, হেণ্ডিমেনক আৰক্ষীয়ে সোধা-পোছাৰ অন্তত বাৰ্মিজ চুপাৰিৰ কোনো গৰাকীৰ সন্ধান নোলোৱাত তিনিওজনকে প্ৰেৰণ কৰে জে'ল হাজোতলৈ । এই সন্দৰ্ভত আটকাধীন চালকজনে কয়,"গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী নৈশ বাছখনত দেওবাৰে নিশা তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ বুলি আমনিত এজন লোকে কেঁচা পাচলি বুলি কৈ ১৯ টা বস্তা নৈশ বাছত উঠাই দিছিল । উঠাই দিয়া মানুহজনক চিনি নাপাওঁ । পাচলিখিনিৰ গৰাকীৰ ফোন নম্বৰ আছে ।" এতিয়া চুপাৰিৰ গৰাকীৰ সন্ধান উলিয়ালেহে বাছখনৰ চালক-হেণ্ডিমেনৰ ভাষ্যৰ সত্যতা পোহৰলৈ আহিব ।লগতে পঢ়ক: পাঁচটাকৈ ব্লকৰ সখীৰ উপস্থিতিত জিলা পৰ্যায়ৰ সন্মিলনবোকাখাতত ৰাইন’ চিনেমাছ: জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি অৰুণ হাজৰিকাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
4:30
|
Up next
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
2 days ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
4 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
5 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
5 weeks ago
2:27
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
6 weeks ago
0:46
बासुकीनाथ में 118 किलो मिलावटी पेड़ा जब्त, कई दुकानों से एक्सपायर्ड कोल्ड्रिंक्स बरामद
ETVBHARAT
20 minutes ago
1:07
ବୈତରଣୀ ନଦୀରେ 35 ଫୁଟ୍ର ବିଶାଳ ଘାଇ, ପାଣିଘେରରେ ରାଜକନିକାର 30 ରାଜସ୍ଵ ଗାଁ
ETVBHARAT
22 minutes ago
1:20
यूपी में मानसून की छई छपा छई, 9 जिलों में गरज-चमक संग बारिश, आज इन 30 जिलों को भिगोएंगे बदरा
ETVBHARAT
23 minutes ago
0:45
शामली में डिवाइडर से टकराकर पलटा ट्रक; आग में जिंदा जला चालक
ETVBHARAT
28 minutes ago
2:38
শ্বিলঙত বহিঃৰাজ্যৰ বাহন-পৰ্যটকৰ ওপৰত আক্ৰমণ: উত্তাল খানাপাৰা
ETVBHARAT
45 minutes ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
6 weeks ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
7 weeks ago
5:03
আইন অনুসৰি উচ্ছেদ অভিযান অব্যাহত থাকিব: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
2 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
3:34
৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয় আজিও নহ'ল মুকলি
ETVBHARAT
2 months ago
1:22
ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ
ETVBHARAT
2 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
4 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
4 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4 months ago
2:53
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
ETVBHARAT
4 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
4 months ago
Comments