Skip to playerSkip to main content
  • 2 days ago
গোলাঘাট : আজি কাতি বিহু । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বামুণ গাঁৱতো পৰম্পৰাগত ৰীতি-নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয় কাতি বিহু । ইয়াৰ উপলক্ষে গাঁওখনত দেখিবলৈ পোৱা গ’ল বিহুৰ আনন্দ-উলাহৰ লগতে অসমীয়া জাতিৰ চহকী লোক-পৰম্পৰাৰ এক সুন্দৰ প্ৰতিচ্ছবি ।কাতি বিহুৰ পুৱাৰে পৰা গৃহস্থীসকলে তুলসীৰ তল পৰিষ্কাৰ কৰি চাকি-বন্তি জ্বলোৱাৰ লগতে নেদেখাজনৰ চৰণত সেৱা জনাই পৰিয়ালৰ সুখ-শান্তি আৰু মংগল কামনা কৰে। লোকবিশ্বাস অনুসৰি, কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলালে ঘৰখনলৈ মংগল কঢ়িয়াই আনে ।আনহাতে, কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত অসমীয়া সমাজত কাতি বিহুৰ বিশেষ তাৎপৰ্য আছে । বামুণ গাঁৱতো গাঁৱৰ মহিলাসকলে একেলগে ধাননি পথাৰত চাকি জ্বলাই সেৱা জনোৱা পৰিলক্ষিত হয় । পথাৰৰ শস্যৰ সমৃদ্ধি আৰু পোক পতংগৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলাই বুলি জনবিশ্বাস আছে লগতে কৃষকৰ মংগল কামনাৰে পালন কৰা এই পৰম্পৰাই অসমীয়া কৃষিজীৱী সমাজৰ বিশ্বাস আৰু ঐতিহ্যক প্ৰতিফলিত কৰে ।এই সম্পৰ্কে গাওঁখনৰ অতুল শইকীয়া নামৰ এজন লোকে কয় কাতি বিহু আমাৰ অসমীয়া সমাজৰ এক পৰম্পৰা । এই কাতি বিহুত ঘৰে ঘৰে আই লক্ষ্মীৰ ওচৰত চাকি বন্তি জ্বলাই, লগতে ভৰাল, গোসাঁই ঘৰ আৰু তুলসী তলত চাকি জ্বলাই নাম গায় ।লগতে পঢ়ক: কাতি বিহু : পৰম্পৰা ৰক্ষাৰ লগতে কৃষি ভূমিৰ সুৰক্ষাৰো আহ্বান কৃষকৰ

Category

🗞
News
Transcript
00:00we are the ones who have come to visit our village
00:02we are whole here
00:08the river has been used as a village
00:10the river has been used as a village
00:16...and I have the people who are in the community and have the people who are doing it.
00:22I hope that you are concerned about that.
00:25If you are aware that you have the people who are in the community,
00:31you are also aware that you are aware of the right.
00:36We have been working for several years and we have been working for a long time.
00:47We have been working for a long time and so we have been working for a long time.
00:59We haveprepared, we will keep coming.
01:03We will keep in mind, we will keep our parents,
01:07our friends, and our neighbors.
01:10We will keep coming from the village,
01:16we will keep coming, we have to keep coming.
01:17We will keep coming from the village.
01:18I'm going to give you a little bit of advice, but I'm going to give you a little bit of
01:22advice.

Recommended