Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
4 months ago
গোলাঘাট: আদালতৰ মজিয়াত অপৰাধীৰ বিৰুদ্ধে আৰু নিৰপৰাধী লোকৰ সাপেক্ষে নিজৰ যুক্তি দাঙি ধৰি অহা অধিবক্তাসকলো যে অনন্য প্ৰতিভাৰ অধিকাৰী তাৰেই উদাহৰণ দাঙি ধৰিলে গোলাঘাটৰ ঐতিহাসিক অধিবক্তা সন্থাৰ বিষয়ববীয়াসকলে । ক'লা কোট, ক'লা পেণ্টৰ পৰিৱৰ্তে জাতীয় সাজপাৰ পৰিধান কৰি মঞ্চত হুচৰি প্ৰৰ্দশন কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় গোলাঘাটৰ অধিবক্তা সমাজ ।অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে গোলাঘাট অধিবক্তা সন্থাৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু । অধিবক্তা সন্থাৰ বিষয়ববীয়া আৰু পৰিয়ালসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ আৰু অসমীয়া কৃষ্টি-সংস্কৃতি সভ্যতা আগুৱাই নিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই ৰঙালী বিহু উদযাপন পঞ্চম বছৰত ভৰি দিছে । এই উপলক্ষে পতাকা উত্তোলন কৰে অধিবক্তা সন্থাৰ সভাপতি দীপম ৰঞ্জন সন্দিকৈয়ে । বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, অধিবক্তা সন্থাৰ এটা বিহুৰ দলৰ হুঁচৰি প্ৰদৰ্শন কৰা হয় । নিশা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰতিম আৰু বিতোপনৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই সম্পৰ্কে গোলাঘাট অধিবক্তা সন্থাৰ সভাপতি দীপম ৰঞ্জন সন্দিকৈয়ে কয়, "দৈনিক আইন আদালতৰ লগত আমি ব্যস্ত থাকো । যাৰ বাবে সকলো আনন্দ-উল্লাসৰ পৰাও বিৰত থাকিবলগীয়া হয় আৰু সময়ৰ অভাৱৰ বাবে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসুবিধা কাৰণ আমাৰ অধিবক্তাসকলৰ আদালতত এমাহৰ আগতে দিন ধাৰ্য কৰি দিয়া থাকে । যাৰ বাবে চাৰিবছৰ পূৰ্বে অসমত প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছিলো । এইবাৰ পঞ্চমবাৰৰ বাবে বাবে ৰঙালী বিহু উদযাপন কৰিছো ।"লগতে পঢ়ক: ৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট ডিজায়াৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে নিঃশেষ তিনি যুৱতীৰ জীৱননোহোৱা হ'ব দীপৰ বিলৰ নান্দনিক সৌন্দৰ্য : এলিভেটেড ক'ৰিডৰ বাবে কটা হৈছে গছ, উদ্ধিগ্ন প্ৰকৃতিপ্ৰেমী
Category
🗞
News
Transcript
Display full video transcript
00:00
So
00:13
do
00:13
no
00:13
no
00:14
nowhere
00:14
I need to
00:15
see
00:45
Thank you very much.
00:55
Thank you very much.
01:44
Thank you very much.
01:58
Thank you very much.
02:17
Thank you very much.
03:14
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
5:14
|
Up next
অখিল গগৈৰ ৰাজনৈতিক বক্তব্যই সকলো সীমা অতিক্ৰম কৰিছে: বিজেপি
ETVBHARAT
2 hours ago
2:23
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা; নিজহাতে পৰিবেশন কৰিলে খাদ্য
ETVBHARAT
3 weeks ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
3 weeks ago
3:01
বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা
ETVBHARAT
3 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
4 weeks ago
1:22
गर्भवती ने बारिश में कपड़े के झूले में तय किया 8 KM, चेहरा देखने से पहले ही मां ने खोया बच्चा
ETVBHARAT
5 minutes ago
5:10
झारखंड में SIR: संदेह के घेरे में आए 63 लाख से अधिक वोटरों को भेजा गया नोटिस, 24 अगस्त से होगी सुनवाई
ETVBHARAT
6 minutes ago
3:33
स्कूल में रोजाना एक घंटे किताबों के साथ अभ्यास, ‘मेरी शब्द, मेरी कहानी’ से बदलेगी बच्चों की पढ़ाई की तस्वीर
ETVBHARAT
6 minutes ago
3:22
सोनीपत में ACB को देख ASI छत से कूदा, 8 हजार रुपये की रिश्वत लेने का आरोप
ETVBHARAT
8 minutes ago
3:54
बीजेपी और उसके नेता दिमागी नक्सली, साय सरकार युवाओं के भविष्य से कर रही खिलवाड़- दीपक बैज
ETVBHARAT
10 minutes ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
4 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
5 weeks ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
5 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
5 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
5 weeks ago
1:00
বৰষুণৰ আশাত শিশুৱে পাতিলে ‘কল-পচলাৰ বিয়া’
ETVBHARAT
5 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
6 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
2 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
2 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
2 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
2 months ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
3 months ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
4 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
4 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
Comments