Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
2 months ago
নগাঁও: ড্ৰাগছৰ সৰবৰাহৰ ঘাটিত পৰিণত হোৱা নগাঁৱত আৰক্ষীয়ে নিচা বিৰোধী অভিযান অব্যাহত ৰাখিছে । নগাঁও আৰক্ষীৰ অভিযানত পুনৰ ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী জালত পৰিছে । শনিবাৰে নগাঁও আৰক্ষীয়ে জিলাখনৰ হয়বৰগাঁৱৰ খুটকটীয়া অঞ্চলত বৃহৎ পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।ধৃত মহিলাগৰাকীয়ে চাপৰমুখৰ পৰা এখন টেম্প'ৰে নগাঁও অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলায় বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে । নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ উপ-পৰিদৰ্শক আৰু আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত আটকাধীন মহিলা গৰাকীৰ সৈতে ড্ৰাগছ সৰবৰহকাৰীৰ এটা নেটৱৰ্ক জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে আৰু কোন ব্যক্তি জড়িত আছে সেই দিশতো তদন্ত অব্যাহত ৰাখিছে ।লগতে পঢ়ক:শিৱসাগৰত ড্ৰাগছ বেপাৰীৰ দোকান উচ্ছেদ, ডিমা হাছাওত হে'ৰইনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰযোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
3 weeks ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
3 weeks ago
1:27
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
4 weeks ago
1:37
ঘৰৰ চোতালত পুতি থৈছিল নিচাজাতীয় সামগ্ৰী, আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদক
ETVBHARAT
5 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
6 weeks ago
1:15
दुर्ग में नकली ब्रांडेड घड़ियों के कारोबार पर एक्शन, दुकानदार गिरफ्तार, 280 वॉच और कंपनी के टैग भी मिले
ETVBHARAT
25 minutes ago
1:37
होटल में घूस लेने पहुंचा था जूनियर इंजीनियर, निगरानी विभाग ने रंगे हाथों दबोचा
ETVBHARAT
25 minutes ago
1:12
साहिबगंज के शहरी इलाकों में घुसा बाढ़ का पानी, नाव और डिब्बे की मदद से स्कूल जाते बच्चे, अभिभावक भी चिंतित
ETVBHARAT
25 minutes ago
1:27
One Killed, 6 Injured As Several Houses Destroyed In Severe Landslides In Dhanbad
ETVBHARAT
28 minutes ago
0:54
गाजियाबाद में सत्य निकेतन हादसे के बाद प्रशासन अलर्ट, नए सिरे से होगा जर्जर इमारतों का सर्वे
ETVBHARAT
29 minutes ago
0:46
বাৰিষাৰ ভৰা নৈত গা ধুবলৈ গৈ ধুবুৰীত কিশোৰীৰ সলিল সমাধি
ETVBHARAT
7 weeks ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
2 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
2 months ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
2 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
3 months ago
1:20
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ
ETVBHARAT
3 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
3 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
5 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
5 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
5 months ago
1:04
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
ETVBHARAT
5 months ago
Comments