Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
6 months ago
মৰাণ: খোৱাঙৰ চেনিমাৰী ব্লক গাঁৱত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ । দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে দেওবাৰে পুৱা নাহৰফুটুকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে । প্ৰকাণ্ড নাহৰফুটুকীটোৰ কেনেকৈ মৃত্যু হ'ল সেই কথা জানিব পৰা হোৱা নাই । ইয়াৰ পিচতেই খোৱাং আঞ্চলিক বন বিভাগৰ দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে । প্ৰাপ্তবয়স্ক নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি কয় বন বিভাগৰ বিষয়াই ।ৰাইজে উল্লেখ কৰা অনুসৰি অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজক ক্ষতি সাধন কৰি আহিছে । বহুবাৰ বন বিভাগে নাহৰফুটুকী ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছিল যদিওপিঞ্জৰাবদ্ধ হোৱা নাছিল যদিও আজি ৰহস্যজনকভাবে নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ হয় । লগতে পঢ়ক:জংঘল এৰি ৰাস্তাত গম্ভীৰ খোজেৰে আগে আগে চিতা, পিছে পিছে মোবাইল লৈ ফটো তোলোতা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Recommended
1:07
|
Up next
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণ-ৰূপ জয়ৰে জোনাই আয়ান শৰ্মাৰ চমকপ্ৰদ সাফল্য
ETVBHARAT
5 days ago
1:38
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
2 months ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
2 months ago
1:35
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
2 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
3 months ago
1:33
दिल्ली से नहीं टीवी देखकर राज्यपाल बनने की मित्र ने दी थी गुड न्यूज़, जानिए ढाल सिंह बिसेन कब लेंगे शपथ
ETVBHARAT
13 minutes ago
2:19
लखनऊ में माता की चौकी में शामिल हुए अखिलेश यादव, महंगाई और पंचायत चुनाव को लेकर बीजेपी पर साधा निशाना
ETVBHARAT
32 minutes ago
2:40
અમદાવાદઃ ગટરમાં ગરકાવ થયેલી બાળકની છ દિવસે પણ ભાળ નહીં, ગટરમાં CCTV પદ્ધતિથી ચેકિંગની સૂચના
ETVBHARAT
38 minutes ago
1:55
खिवनी अभ्यारण में बाघिन मीरा का एग्रेसिव मूड, नीलगाय को धर दबोचा, कैमरे में कैद वीडियो
ETVBHARAT
40 minutes ago
3:17
ছাত্ৰীবাৰীৰ দুৰ্গা পূজাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব শস্যৰে নিৰ্মিত দেৱী প্ৰতিমা
ETVBHARAT
44 minutes ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
3 months ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
4 months ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
4 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
4 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
6 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
6 months ago
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
6 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
6 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
6 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
6 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
6 months ago
4:43
গণতন্ত্ৰৰ উৎসৱত হিলদল ভাঙি আহিছে লোক
ETVBHARAT
6 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
6 months ago