Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
4 months ago
যোৰহাট : যোৰহাটত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ । আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ ড্ৰাগছ সৰবৰাহ বিৰোধী দিৱস ৰাজ্যজুৰি পালন কৰাৰ এদিন পিছতে শনিবাৰে যোৰহাট নগৰৰ মাজমজিয়াত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ।নকছাৰিৰ উৎপল হাজৰিকা নামৰ এজন সৰবৰাহকাৰীৰ পৰা এই ড্ৰাগছখিনি উদ্ধাৰ কৰা হয় । যোৰহাট চহৰৰ এটা পেট্ৰ'ল পাম্পৰ পৰা মুঠ ৮টা কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি ।এই সন্দৰ্ভত যোৰহাট জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক কুমাৰ যাদৱে কয়, "এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে । আৰক্ষীয়ে ধৃত লোকজনৰ পৰা ড্ৰাগছৰ লগতে নগদ ধন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে ।" উল্লেখ্য যে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ ফলত এইচআইভিত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ।লগতে পঢ়ক:ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁৱত ব্যাপক সজাগতা অভিযানশিৱসাগৰত আৰক্ষীয়ে জ্বলালে ১৩ কোটি টকাৰ ড্ৰাগছ
Category
🗞
News
Transcript
Display full video transcript
00:21
Thank you for listening.
Show less
Recommended
0:57
|
Up next
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নগাঁৱত আছুৰ মম শিখা সমদল
ETVBHARAT
1 day ago
1:38
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
2 months ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
2 months ago
0:26
হাফলঙত শিশুৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
3 months ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
3 months ago
3:46
ଆକାଶମାର୍ଗରୁ ବନ୍ୟାଞ୍ଚଳ ସ୍ଥିତି ପରଖିଲେ ମୁଖ୍ୟମନ୍ତ୍ରୀ ଓ ରାଜସ୍ୱମନ୍ତ୍ରୀ, ଗଞ୍ଜାମକୁ ଅତିରିକ୍ତ ୨୦ କୋଟି ଟଙ୍କା ରିଲିଫ୍ ସହାୟତା
ETVBHARAT
6 hours ago
3:29
दावानल... हर साल 26 मिलियन हेक्टेयर जंगल लील रही फाॅरेस्ट फायर, एक दशक में बेतहाशा बढ़ीं आग की घटनाएं
ETVBHARAT
6 hours ago
1:51
हैदराबाद में भारी बारिश के कारण सड़कें जलमग्न, आम जनजीवन अस्त-व्यस्त
ETVBHARAT
6 hours ago
1:35
इजराइल में बहुमत से दूर नेतन्याहू, अरब पार्टियां बनेंगी किंगमेकर !
ETVBHARAT
6 hours ago
3:01
कानपुर में 400 लोगों के धर्मांतरण का आरोप; हिंदू संगठनों ने किया हंगाम, 4 थानों की फोर्स तैनात
ETVBHARAT
6 hours ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
3 months ago
0:46
বাৰিষাৰ ভৰা নৈত গা ধুবলৈ গৈ ধুবুৰীত কিশোৰীৰ সলিল সমাধি
ETVBHARAT
3 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
4 months ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
4 months ago
1:48
গুৱাহাটীত বন বিভাগৰ অভিযান, উদ্ধাৰ ২০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ
ETVBHARAT
4 months ago
1:01
ৰাজ্য়ৰ দ্বিতীয় ৰাজধানীত প্ৰশাসনৰ উচ্ছেদ অভিযান; ৬০টাৰো অধিক ঘৰত পৰিল প্ৰশাসন হাঁতোৰা
ETVBHARAT
5 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
5 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
5 months ago
3:34
৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয় আজিও নহ'ল মুকলি
ETVBHARAT
5 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
5 months ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
5 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
6 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
6 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
6 months ago