Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
7 months ago
নগাঁও: ৰাজ্যত শাসক-বিৰোধীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ । আকৌ ন ন প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিছে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ভিন্ন দলৰ প্ৰাৰ্থীসকল । প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই । পিছে ইয়াৰ মাজতে ভোটাৰৰ ৰোষত পৰিল বিধায়কগৰাকী । বিগত কাৰ্যকালত একোৱেই নকৰাৰ অভিযোগ তুলি বিধায়ক নুৰুল হুদাৰ সন্মুখতেই গ'বেক ধ্বনি দিলে ক্ষোভিত ভোটাৰে । ভোটাৰৰ ক্ষোভ দেখি পলাই পত্ৰং দিয়ে বিধায়ক নুৰুল হুদাই । ৰূপহীহাট সমষ্টিৰ কছাৰীগাঁৱত সংঘটিত এই ঘটনা । বিগত পাঁচ বছৰে অঞ্চলটোৰ এটি পথো নিৰ্মাণ নকৰাৰ অভিযোগ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে । সেয়ে এনেদৰেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিধায়কগৰাকীৰ সন্মুখতে গ'বেক ধ্বনি দিলে স্থানীয় ৰাইজে ।লগতে পঢ়ক: প্ৰশান্ত মহাসাগৰত মই নাও মেলি দিছো যদিও, লক্ষ্যত উপনীত হোৱাটো খাটাং : ভাস্কৰজ্যোতি বৰুৱাজয়ন্ত কুমাৰ দাসৰ লগতে ৯ গৰাকী কাৰ্যকৰ্তাক ছয় বছৰৰ বাবে বিজেপিৰ পৰা বহিষ্কাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
go back go back Hold on going back
00:06
back
00:06
so
01:04
Thank you very much.
Show less
Recommended
1:18
লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড
ETVBHARAT
3:58
ধুবুৰীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য মন্ত্ৰী অশোক সিংহলৰ
ETVBHARAT
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
New
3:43
किशाऊ बांध परियोजना को लेकर चिंता में ग्रामीण, क्वानू में किया जबरदस्त प्रदर्शन
ETVBHARAT
New
1:19
श्री गोविंददेवजी मंदिर के मुख्य महंत अंजन कुमार गोस्वामी का निधन, साइलेंट हार्ट अटैक से हुआ देहावसान
ETVBHARAT
0:59
চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা, এটা শ্ৰেণীকোঠাতে পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান
ETVBHARAT
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
1:48
গুৱাহাটীত বন বিভাগৰ অভিযান, উদ্ধাৰ ২০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ
ETVBHARAT
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
New
4:05
ଖୋଲିଲା ଶିମିଳିପାଳ ଅଭୟାରଣ୍ୟ; ଅନଲାଇନ୍ ବୁକିଂ ବାଧ୍ୟତାମୂଳକ, ୱାଇଲ୍ଡଲାଇଫ୍ ସଫାରି ସହ ରାତ୍ରି ଯାପନ ସୁବିଧା, ପର୍ଯ୍ୟଟକ ଉତ୍ସାହିତ
ETVBHARAT
New
1:07
ਸਰਹੱਦੀ ਪਿੰਡ 'ਚ ਪਾਕਿਸਤਾਨ ਤੋਂ ਆਇਆ ਡਰੋਨ? ਮੌਕੇ 'ਤੇ ਪਹੁੰਚ ਗਈ ਪੁਲਿਸ, ਦੇਖੋ ਤਸਵੀਰਾਂ
ETVBHARAT
New
3:37
मंदिरों को लेकर मद्रास हाईकोर्ट के फैसले के बाद पुजारी महासंघ ने मोहन यादव से की मांग
ETVBHARAT
2:43
চিৰাঙৰ কাজলগাঁৱত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ
ETVBHARAT
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3:48
কবি মিহিৰ মৌচম ৰয়ৰ কাব্যগ্ৰন্থ উন্মোচন
ETVBHARAT
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT