Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
যোৰহাটত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ
6 months ago
যোৰহাট: বৰ্তমান অসমৰ বনাঞ্চলত পোৱা বিৰল প্ৰজাতিৰ ভিতৰত অন্যতম এক দুস্প্ৰাপ্য প্ৰজাতি হ'ল লাজুকী বান্দৰ । যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ ৰজাবাহৰ বৰবৰা আলিত বুধবাৰে নিশা ভাগত কেইজনমান যুৱকে উদ্ধাৰ কৰে এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ । নিশাৰ ভাগত পথাৰ মাজৰ পৰা আহি থকা এটা লাজুকী বান্দৰে ৰজাবাহৰ বৰবৰা আলি অতিক্ৰম কৰিবলৈ আহি থকা দেখা পায়, সেইপথৰে ঘৰলৈ আহি থকা কেইজনমান যুৱকে । লাজুকী বান্দৰটোৰ যাতে কোনো হানি-বিঘিনি নঘটে তাৰ বাবে তেওঁলোকে লাজুকী বান্দৰটো উদ্ধাৰ কৰে । উদ্ধাৰ কৰিবলৈ যোৱা সময়তে লাজুকী বান্দৰটোৱে কামোৰে যুৱক কেইজনক । ফলত দেহৰ বিভিন্ন স্থানত আঘাত পায় যুৱক কেইজনে । উদ্ধাৰ কৰা লাজুকী বান্দৰটোক বাটৰুৱা কুকুৰে যাতে কোনো হানি-বিঘিনি নঘটায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ওচৰৰে নামঘৰত লাজুকী বান্দৰটো সংৰক্ষণ কৰা হৈছে । ইতিমধ্যে এই সৰ্ম্পকত বন বিভাগক খবৰ দিয়া হৈছে । আনহাতে নিশা উদ্ধাৰ হোৱা লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰিবলৈ উক্ত স্থানত উপস্থিত হয় ৰাইজ ।লগতে পঢ়ক: অসম-মণিপুৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযানত গুলীচালনা: আৰক্ষী জোৱান আহত - ANTI DRUG OPERATIONতৃতীয়বাৰৰ বাবে বিজয়ী জাকিৰ হুছেইন শিকদাৰ, পাকাবেতবাৰীত উলাহৰ ঢল - ASSAM ASSEMBLY ELECTION 2026
Category
🗞
News
Transcript
Display full video transcript
00:13
This video is brought to you by the National Anthem of the National Anthem of the National Anthem of the
00:14
National Anthem of the National Anthem.
Show less
Recommended
1:29
|
Up next
জোনাইত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ লগত সংগতি ৰাখি ত্ৰিৰংগা ৱাকাথন
ETVBHARAT
3 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
4 months ago
1:39
নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল যাত্ৰীবাহী বাছ
ETVBHARAT
4 months ago
1:44
পথ-পোহৰ-পানীৰ সমস্যা দূৰ কৰিবলৈ কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত
ETVBHARAT
4 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago
2:17
PET-2026; जालौन, मेरठ, प्रतापगढ़ समेत सभी जिलों में पहली पाली की परीक्षा शुरू, पुलिस अलर्ट
ETVBHARAT
5 minutes ago
1:40
താഴത്തങ്ങാടി വള്ളംകളി; അരോമ ചുണ്ടന് ജേതാക്കള്: വികസനത്തിനായി സ്ഥിരം പവിലിയൻ നിർമാണം പരിഗണനയിലേന്ന് മന്ത്രി
ETVBHARAT
12 minutes ago
0:57
പാലക്കാട് മഴക്കിടെ വീട് തകർന്നുവീണ്; ഗൃഹനാഥന് പരിക്ക്, ദുരന്തം ഒഴിവായത് തലനാരിഴ്യ്ക്ക്
ETVBHARAT
15 minutes ago
1:31
കാലിക്കറ്റിനെ തകർത്ത് ഫോഴ്സ് കൊച്ചി; രാഹുൽ രാജുവിന് ഇരട്ട ഗോള്
ETVBHARAT
16 minutes ago
1:14
बलौदा बाजार में अंतरराज्यीय गांजा तस्कर गिरोहा का पर्दाफाश, 7 आरोपी गिरफ्तार, लाखों का सामान जब्त
ETVBHARAT
22 minutes ago
3:46
শোণিতপুৰত ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, কঠোৰ সুৰক্ষা ব্যৱস্থা
ETVBHARAT
6 months ago
5:35
মৰিঢল মহাবিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা
ETVBHARAT
6 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
6 months ago
0:41
বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত পথ দুৰ্ঘটনাত নিহত 2
ETVBHARAT
6 months ago
1:50
নৱগঠিত ডিমৰীয়া সমষ্টিত উৎসাহ-উদ্দীপনাৰে প্ৰথমবাৰৰ বাবে ভোটদান সম্পন্ন
ETVBHARAT
7 months ago
4:05
ভোটদান কৰি পাপনে ক'লে- এইবাৰ বিহুৰ অনুষ্ঠান নকৰো...
ETVBHARAT
7 months ago
1:28
ভোটাধিকাৰ সাব্যস্ত কৰিলে কণ্ঠশিল্পী তৰালী শৰ্মাই
ETVBHARAT
7 months ago
1:22
নিজৰ ভোটটো নিজকে দিয়াৰ সৌভাগ্য সকলোৰে নহয়: ভোটদান কৰি আনন্দিত পৰমানন্দ
ETVBHARAT
7 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
7 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
7 months ago
1:32
বদৰুদ্দিন আজমল মোগলৰ প্ৰতীক : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
7 months ago
2:33
দলে-বলে গৈ মনোনয়ন দাখিল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ
ETVBHARAT
7 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
2 years ago
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
2 years ago
1:33
ব্ৰহ্মপুত্ৰত দলঙৰ খুঁটাত খুন্দা মাৰিলে ইন্দ্ৰই
ETVBHARAT
1 year ago