Skip to playerSkip to main content
  • 4 months ago
চামগুৰি: নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে । বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ আছিল । বাছখনত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে । দ্ৰুতগতিত অহা বাছখনে প্ৰথমে এখন টেংকাৰত খুন্দা মাৰে আৰু তাৰ পিছত বাগৰি পৰে । বাছখনত থকা কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । যাত্ৰীসকলক স্থানীয় লোকে উদ্ধাৰ কৰে আৰু আহতসকলক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS-০২-AC-৫১৫৫ । প্ৰত্যক্ষদৰ্শী এজন যুৱকে কয়, "সেই সময়ত বৰষুণ হৈ আছিল । বাছখন তীব্ৰগতিত আহিছিল আৰু ৰৈ থকা টেংকাৰত খুন্দা মাৰে । বাছখন ৰাস্তাতে বাগৰি যায় । কেইজনমান যাত্ৰী আহত হৈছে ।"লগতে পঢ়ক :ধেমাজিত বান সমস্যা সম্পৰ্কত পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ

Category

🗞
News
Transcript
00:03.
00:03.
00:03.
00:03.
00:03.
00:15.
00:15.
00:23I don't know.
00:46Here we go.
01:18what kind of tanker?
01:21the tanks are using
01:22a tanker
01:22it is a tanker
01:23it has a tanker
01:23we have one more tanker
01:24we have a tanker
01:25we have one more tanker

Recommended