Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
5 months ago
নগাঁও: নগাঁও জিলাৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত ডকাইতিৰ ঘটনাত জড়িতসকলক আৰক্ষীয়ে অতি শীঘ্ৰে কৰায়ত্ব কৰিব । ইতিমধ্য়ে এই ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা বুলি উল্লেখ কৰিছে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ আইজিপি জি ভি শিৱপ্ৰসাদে ।শুকুৰবাৰে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ ঘটনাস্থলীত উপস্থিত আইজিপি জি ভি শিৱপ্ৰসাদে এই বিষয়ে সংবাদ মাধ্য়মৰ আগত কয়, "ইতিমধ্যেই ঘটনাৰ যথেষ্ট ক্লু লাভ কৰিছে আৰক্ষীয়ে । অতি শীঘ্ৰে ঘটনাৰ সৈতে জড়িতসকল জালত পৰিব । এইলোকসকলে নিজৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তথ্য় লাভ কৰিছে ।" কোনো চিনাকি লোকে পৰিকল্পিতভাৱে এই ঘটনাটো সংঘটিত কৰিব পাৰে বুলি মন্তব্য় কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।উল্লেখ্য় যে যোৱা বৃহস্পতিবাৰে নিশা নগাঁৱৰ মৰিকলঙৰ এগৰাকী চিকিৎসকৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড । চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতে লুটপাত চলায় । ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী । লগতে পঢ়ক:নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণডকাইতি কৰিবলৈ আহি গণৰোষত ডকাইতৰ দল: গণপ্ৰহাৰত মৃত্যু ৩ ডকাইতৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
00:30
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
1:27
|
Up next
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
6 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
2 months ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
2 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
3 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
3 months ago
2:19
ബാല്യകാലം ആശ്രമത്തില്, ഏഴ് ഭാഷകളില് 300 ലേറെ സിനിമകള്; കര്ണാടകയുടെ അനന്ത് നാഗ്! ദാദാസാഹേബ് ഫാല്ക്കെ പുരസ്കാരം ഏറ്റുവാങ്ങി നടന്
ETVBHARAT
14 minutes ago
5:25
हरियाणा के शूटर विजयन्त की डीजी एनसीसी टीम में एंट्री, अब वर्ल्ड चैंपियन बनने का सपना
ETVBHARAT
20 minutes ago
3:17
फर्मों के कॉर्पोरेट बैंक अकाउंट में जमा करवा रहे साइबर ठगी की रकम, लालच ऐसा कि व्यवसायी भी फंस रहे
ETVBHARAT
22 minutes ago
2:53
ओडिशा के इंजीनियर की अनोखी पहल, विलुप्त हो रही 'गौरैया' को बचाने के लिए बांट रहे मुफ्त घोंसले
ETVBHARAT
22 minutes ago
2:07
जोधपुर में 40 देशों की वायुसेना का महायुद्धाभ्यास; पहली बार उतरेगा अमेरिकी F-35, भारत दिखाएगा 'तेजस' का दम
ETVBHARAT
23 minutes ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
3 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
3 months ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
4 months ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
4 months ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
4 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
5 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
5 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
5 months ago
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago
Comments