Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
4 months ago
জোনাই: জোনাইৰ চিয়াং লালী নদীৰ পাৰত বান খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা কোটি টকীয়া মথাউৰিত আৰম্ভ হৈছে খহনীয়া । মথাউৰি নিৰ্মাণৰ প্ৰায় দুবছৰৰ ভিতৰতে বিভিন্ন অংশত চপৰা চপৰে খহাত নিন্দ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজক । উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ এছঅ'পিডিৰ অধীনত প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে জোনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰলৈকে নিৰ্মাণ কৰা হৈছিল প্ৰায় ৭ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো । বান প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা উক্ত মথাউৰিটো আজি দুবছৰৰ ভিতৰতে সামান্য এজাক বৰষুণতে বিভিন্ন অংশত চপৰা চপৰে খহি সৃষ্টি কৰিছে বৃহৎ বৃহৎ আকাৰৰ গাত ৷ এনেদৰে এজাক বৰষুণৰ ফলত খহনীয়া অব্যাহত থকাত বাৰিষাৰ সময় অহাৰ লগে লগে আৰু অধিক শংকিত হৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে । উত্থাপিত অভিযোগ মতে, সম্পূৰ্ণ বালি মাটিৰে এই মথাউৰিটো নিৰ্মাণ কৰা বাবে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ৰে পৰাই সামান্য বৰষুণতে খহি আহিছে ৷উল্লেখ্য যে জলসম্পদ বিভাগে কেৱল নিবিদা আবেদন কৰিয়ে ঠিকাদাৰক ঠিকা দি কামৰ কোনো খতিয়ান নিৰিক্ষণ নকৰি জোনাই জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰজনৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ মানসিকতাৰে জোনাইৰ নৈ পৰীয়া ৰাইজৰ মাটি ভেটি আৰু জীৱন সম্পত্তিক লৈ গুৰুত্ব নিদি এইদৰে বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "ভয়াবহ খহনীয়া হৈ থকাৰ পিচতো বিভাগ তথা প্ৰশাসনৰ লোকে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ।" লগতে পঢ়ক:দক্ষিণ শালমাৰা মানকাচৰত খহনীয়াই লৈছে ভয়ংকৰ ৰূপমাজুলীৰ কৰ্দৈগুৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া: ৪০-৫০ খন গাঁৱলৈ অনি সংকেত
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:44
Thank you for joining us.
Show less
Recommended
2:56
|
Up next
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
2 months ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
2 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
1:52
कांग्रेस पर जमकर बरसे बाबूलाल मरांडी, सुप्रीम कोर्ट को राजनीतिक अखाड़ा न बनाने की दी सलाह
ETVBHARAT
9 minutes ago
3:12
আকৌ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ : ৰুগীয়া গাহৰিৰ মাংস বিক্ৰী
ETVBHARAT
10 minutes ago
1:06
ਪੁਲਿਸ ਕਮਿਸ਼ਨਰ ਦਫ਼ਤਰ ਨੂੰ ਬੰਬ ਨਾਲ ਉਡਾਉਣ ਦੀ ਧਮਕੀ, ਪ੍ਰਸ਼ਾਸਨ ਨੂੰ ਪਈਆਂ ਭਾਜੜਾਂ
ETVBHARAT
12 minutes ago
3:59
रायपुर में RPF का 42वां स्थापना दिवस कार्यक्रम, RPF DG सोनाली मिश्रा ने कहा- यात्रियों की सुरक्षा के साथ नशा मुक्ति अभियान पर भी रहा काम
ETVBHARAT
13 minutes ago
3:02
ਤੇਜ਼ ਰਫਤਾਰ ਦਾ ਕਹਿਰ: ਨਸ਼ੇ 'ਚ ਧੁੱਤ ਸਕਾਰਪੀਓ ਚਾਲਕ ਨੇ ਦਰੜਿਆ ਮੋਟਰਸਾਈਕਲ ਸਵਾਰ, ਮੌਕੇ 'ਤੇ ਹੋਈ ਮੌਤ
ETVBHARAT
16 minutes ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
3 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 months ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
4 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
4 months ago
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
6 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
6 months ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
6 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
6 months ago