Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ধেমাজিত জাপানীজ এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱ
4 months ago
ধেমাজি: ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ বাৰিষা বানপানীৰ সময়ত বিভিন্ন বেমাৰৰ সমানে জাপানীজ এনকেফেলাইটিছ বৃদ্ধি পায় ৷ এই সন্দৰ্ভত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জে এম প্ৰসাদে উল্লেখ কৰা মতে, এইবছৰ ২১গৰাকী লোক এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় ৪গৰাকী লোক আৰু আন ১৭গৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে ৷জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৪গৰাকীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰিছে বুলি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে কয় ৷ ইপিনে, জিলাখনত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে ব্যাপক সজাগতা আৰু ধোঁৱা দিয়া ব্যৱস্থা কৰা বুলিও বিষয়াগৰাকীয় সদৰী কৰিছে ৷জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ প্ৰসাদে কয়, “জিলাখনত এতিয়ালৈকে ২৪৫৯ খন সজাগতা সভা অনুষ্ঠিত কৰিছো ৷ সেইদৰে ৪৪৯৭৮খন ঔষধযুক্ত আঠুৱা বিতৰণ কৰা হৈছে যাতে মহে ঔষধৰ গোন্ধ পালে আঁতৰি থাকে । মহ নিধনৰ বাবে এতিয়ালৈকে ২৯ দিন ধোঁৱা দিয়া হৈছে আৰু এতিয়াও অব্যাহত আছে ।"লগতে পঢ়ক:বৰপেটাত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যুচিন্তনীয় বিষয় : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়ত মৃত্যু এজনৰ
Category
🗞
News
Transcript
Display full video transcript
00:29
Thank you very much.
00:40
Thank you very much.
01:09
Thank you very much.
01:57
Thank you very much.
01:58
Thank you very much.
02:46
Thank you very much.
Show less
Recommended
2:07
|
Up next
ম'ৰাচুৰকত বন্যহস্তীৰ উপদ্ৰৱ; ভাঙিলে ঘৰ, খালে ভঁৰালৰ ধান
ETVBHARAT
3 weeks ago
1:38
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
2 months ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
3 months ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
3 months ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
3 months ago
2:07
मंगोलपुरी की जूता फैक्ट्री में भीषण आग, दम घुटने से चार मजदूरों की मौत, दो की हालत गंभीर
ETVBHARAT
15 minutes ago
2:19
નવસારીમાં ગેરકાયદે ઝીંગા તળાવો પર તંત્રનો સપાટો: બે મહિનામાં 4.50 લાખ ચોરસ મીટર દબાણો દૂર, પૂરનું જોખમ ઘટાડવા કાર્યવાહી તેજ
ETVBHARAT
22 minutes ago
1:01
भरतपुर में बारिश ने बिगाड़ा रबी बुवाई का गणित, लक्ष्य के मुकाबले सिर्फ 8.9% बुवाई, सरसों दो बार बोनी पड़ी
ETVBHARAT
30 minutes ago
2:00
मेरठ के बहुचर्चित कपसाड़ कांड में कोर्ट ट्रायल शुरू; SC/ST कोर्ट में दर्ज हुआ वादी का बयान
ETVBHARAT
33 minutes ago
3:46
ଆକାଶମାର୍ଗରୁ ବନ୍ୟାଞ୍ଚଳ ସ୍ଥିତି ପରଖିଲେ ମୁଖ୍ୟମନ୍ତ୍ରୀ ଓ ରାଜସ୍ୱମନ୍ତ୍ରୀ, ଗଞ୍ଜାମକୁ ଅତିରିକ୍ତ ୨୦ କୋଟି ଟଙ୍କା ରିଲିଫ୍ ସହାୟତା
ETVBHARAT
8 hours ago
1:21
মৰিগাঁৱত সদৌ তিৱা মহিলা সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
ETVBHARAT
3 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
4 months ago
1:40
পুঠি নদীৰ ৰিং বান্ধ ছিগিল: ৫ খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি
ETVBHARAT
4 months ago
1:18
লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড
ETVBHARAT
4 months ago
1:48
গুৱাহাটীত বন বিভাগৰ অভিযান, উদ্ধাৰ ২০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ
ETVBHARAT
4 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
4 months ago
2:43
কঠীয়াতলীত লাখ টকীয়া তিৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন
ETVBHARAT
4 months ago
0:59
চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা, এটা শ্ৰেণীকোঠাতে পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান
ETVBHARAT
4 months ago
2:43
চিৰাঙৰ কাজলগাঁৱত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰ
ETVBHARAT
4 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
7 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
7 months ago