Skip to playerSkip to main content
  • 4 months ago
বঢ়মপুৰ : নগাঁও জিলাৰ কঠীয়াতলীত বৃহস্পতিবাৰে তিৱা সাংস্কৃতিক প্ৰকল্পৰ লগতে ইয়াৰ অন্তৰ্গত ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে । তিৱা স্বায়ত্ত পৰিষদৰ ২০২৩-২৪ বৰ্ষৰ আৱণ্টনৰ অধীনত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৷স্থানীয় উন্নয়ন আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশত এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে বঢ়মপুৰ সমষ্টিৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে কয়, ‘‘এই উদ্বোধনী অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া উপস্থিত আছে । আমি ২০ লক্ষ টকাৰে আমি এই ভৱন আৰু দোকান নিৰ্মাণ কৰিছিলোঁ । বঢ়মপুৰৰ বিধায়কগৰাকীয়ে যাৱতীয় যিখিনি কাম বাকী আছে, তেখেতে সজোৱা পৰা বিভিন্ন আচবাব কিনাৰ বাবদ দহ লক্ষ টকা দিয়াৰ কথা ঘোষণা কৰিছে ।’’লগতে পঢ়ক : পহুগড়ৰ প্ৰাকৃতিক পৰিৱেশক লেন্সৰ মাজেৰে ধৰি ৰখাৰ প্ৰয়াস এজন যুৱকৰ

Category

🗞
News
Transcript
00:27SPEAKER 2
00:30It's a very big problem.
00:33We are going to have to be a problem with our own business.
00:39It's a very very good problem.
00:41It's a very big problem with our own business.
00:44But we don't have to do that.
00:46We're gonna have to do that.
00:48We're gonna have to do that.
00:49We're gonna have to do that.
00:53I have a lot of people who aren't in the dismay.
00:59I don't understand, I am much better than the people who don't have the situation.
01:05I have a lot of people who don't get the money from the country.
01:09I have a lot of people who don't get the money from the country.
01:35Thank you very much.
02:15Thank you very much.
02:35Thank you very much.

Recommended