Skip to playerSkip to main content
  • 4 months ago
লখিমপুৰ : শুকুৰবাৰে লখিমপুৰ নগৰৰ সমীপৰ ৰাংচালীৰ দেবেৰা দলনী পথাৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে ৷ নিহত কেইজনৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, দেবেৰা পথাৰত কৃষি কাৰ্যত ব্যস্ত থাকোতেই বজ্ৰপাত পৰে ফলত তিনিজন লোকে প্ৰাণ হেৰুৱায় ।নিহত লোক কেইজন সুনু হৰ (৬০), জেকচন কেৰ্কেটা (৫২) আৰু জয়ন্তী টাপুৱাৰ (৪৩) বুলি জানিব পৰা গৈছে ৷ নিহত আটাইকেইটাৰ ঘৰ ৰাংচালী গাঁৱত। ইফালে নিহত সুনু হৰ আৰু জেকচন কেৰ্কেটা দুয়ো ককাই-ভায়েক বুলি জানিব পৰা গৈছে । উল্লেখ্য বিয়লি সুনু হৰ আৰু জেকচন কেৰ্কেটাই দেবেৰা পথাৰত কৃষি কাৰ্যত ব্যস্ত হৈ আছিল । সেই সময়ত তেওঁলোকক পথাৰত ভাত দিবৰ বাবে গৈছিল প্ৰতিবেশী জয়ন্তী টাপুৱাৰ নামৰ মহিলাগৰাকী । তেনেতে বজ্ৰ পৰাত থিতাতে তিনিওজনৰে মৃত্যু হয় ৷লগতে পঢ়ক:৪ বছৰৰ পিছত ফাদিল কাণফুলিৰ ৰহস্য; যোৰহাট আৰক্ষীৰ তদন্ত

Category

🗞
News
Transcript
00:00I have been working with my brothers and sisters, and my mother and mother have been working with them.
00:09I have been working with my dad and dad, and I have been working with my dad and my dad.
00:16This is how it works.
00:21Yes, it works.
00:22It works.
00:23It works.
00:27This was a very difficult time in the country.
00:28I have been in the city of Kothar.
00:29My wife called Kothar.
00:35My name is Kothar.
00:39My name is Sallor.
00:42I was born in the city of Kothar.

Recommended