Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
চাইবাৰ অপৰাধত জড়িত আমছু নেতাক হাতকেৰেয়া পিন্ধালে আৰক্ষীয়ে
6 months ago
বৰপেটা : এইবাৰ আৰক্ষীৰ জালত পৰিল আমছু নেতা ৷ চাইবাৰ অপৰাধৰ অভিযোগত বৰপেটা আৰক্ষীয়ে বুলবুল হুছেইন নামৰ আমছু নেতাগৰাকীৰ লগতে আশিক ইকবাল আৰু ৱাহেদ ইকবালক নামৰ দুই অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা বুলবুল হুছেইন হৈছে বৰপেটা জিলা আমছুৰ উপ-সভাপতি ৷অভিযোগ অনুসৰি, বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা কৌশলেৰে ধন উলিয়াই নিয়া এটা বৃহৎ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জৰিত আমছু নেতা বুলবুল হুছেইন, আশিক ইকবাল আৰু ৱাহেদ ইকবাল ৷ যাৰ বাবে তিনি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে বিএনএছৰ ৩১৮(৪)/৩৩৬(৩)/৬১(২) ধাৰা আৰু ৬৬(চি)/৬৬(ডি) ২০০০ ধাৰাৰ ৪৯/২৬ নম্বৰত ৰুজু কৰিছিল ৷ সেই গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে তিনি অপৰাধীক ৷উল্লেখ্য যে, বৰপেটা আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰৰে জৰিত প্ৰায় ১৫ জনীয়া অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু শনিবাৰে গ্ৰেপ্তাৰ কৰা তিনি অপৰাধীসহ ১৫ দিনৰ ভিতৰত ১৮ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷লগতে পঢ়ক:বন্যহস্তীৰ উপদ্ৰৱ, হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকে
Category
🗞
News
Transcript
Display full video transcript
00:28
The
00:29
Thank you very much.
Show less
Recommended
2:27
|
Up next
ছত্তীশগড়তো শংকৰদেৱৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ প্ৰয়াস ৰাজ্যপাল ৰমেন ডেকাৰ
ETVBHARAT
4 weeks ago
2:56
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
3:49
পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী
ETVBHARAT
2 months ago
3:01
বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা
ETVBHARAT
3 months ago
1:33
জোনাইৰ চেঙাজান বগৰীবাৰীত শোকাবহ ঘটনা, লালী নদীত সন্ধানহীন কিশোৰী
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
2 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
2 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
2 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
2 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
2 hours ago
1:36
ধিঙৰ ধনিয়াভেটিত শোকাৱহ ঘটনা, পথৰ ফলক ভাঙি দুই শিশুৰ মৃত্যু
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
4 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
1:05
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এম)ৰ প্ৰতিবাদ
ETVBHARAT
4 months ago
1:08
কোকৰাঝাৰত বজ্ৰপাতত দুজনৰ মৃত্য়ু, শিশুসহ আহত ৩
ETVBHARAT
6 months ago
3:42
ইউএছটিএমত বিহুৰ উছাহ : ৰঙালী উৎসৱত মুখৰিত হ’ল মেঘালয়ৰ পাহাৰ
ETVBHARAT
6 months ago
3:03
খ্ৰাম-লোদাং-পাংচিৰ সুৰত মতলীয়া ডিমৰীয়াৰ লক্ষীগোগৰ তিৱাসকল
ETVBHARAT
6 months ago
1:46
বাক্সাত বড়োসকলৰ পৰম্পৰাগত ৰংজুলি বৈশাগু পালন
ETVBHARAT
6 months ago
2:53
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
ETVBHARAT
6 months ago
4:19
জোনাইৰ ৰায়াং নদীৰ পাৰত পুৱাই মাহ-হালধিৰে নোওৱালে গো-ধনক
ETVBHARAT
6 months ago
4:39
জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৱে ভোটত প্ৰভাৱ পেলাইছে: চিপিআই(এমএল)ৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ সৰকাৰ
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
7 months ago