Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
7 months ago
মাজুলী : অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী । ৰাজ্যৰ আন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙালী বিহুক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । আজি গৰু বিহু । মাজুলীতো উলহ-মালহেৰে গৰু বিহু পালন কৰা হৈছে । 'লাও খা, বেঙেনা খা/বছৰে বছৰে বাঢ়ি যা/মাৰ সৰু, বাপেৰ সৰু/তই হ’বি বৰ গৰু ৷' এইদৰে চহা কৃষকে গৰু লৈ লাও, বেঙেনা মাৰি নিজৰ গৰুকেইটাৰ শ্ৰীবৃদ্ধি কামনা কৰে । গৰুক গা ধুৱাই বিহুৰ আনন্দ-উচাহত মতলীয়া হৈ পৰিছে সকলো ৷ এয়া মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য । দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি এনেদৰে নদীত গৰুক গা ধুৱাই গৰু বিহু পালন কৰিছে । গাঁওখনৰ ডেকা-বুঢ়া সকলো মিলি নদীৰ পাৰত জুৰিছে বিহু । ইফালে, মাজুলীৰ ঘৰে ঘৰে গৰুক নোৱাবৰ বাবে দেখা গ'ল বিশেষ ব্যস্ততা ।লগতে পঢ়ক:পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙানদীত গৰু নোৱাই ধুৱাই আনন্দত মতলীয়া ৰাইজপৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
Category
🗞
News
Transcript
Display full video transcript
00:04
The
00:38
Thank you very much.
Show less
Recommended
1:23
|
Up next
পৰম্পৰাগত ৰীতি-নীতিৰে গোলাঘাটৰ বামুণগাঁৱতো কাতি বিহু পালন
ETVBHARAT
1 week ago
2:06
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা চাৰি প্ৰসংগীয়া পালনাম আৰম্ভ
ETVBHARAT
2 months ago
3:49
পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী
ETVBHARAT
2 months ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
3 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
4:31
कैसे पुनर्जीवित हुई हेवल नदी? क्या है इसके पीछे की बैकस्टोरी, सिलसिलेवार जानिए
ETVBHARAT
3 hours ago
7:00
કોંગ્રેસના 'વોટ ચોરી' સામે ભાજપનું 'લોકતંત્ર બચાવો' અભિયાન, સુરતની પદયાત્રામાં કોંગ્રેસ પર આકરા પ્રહાર
ETVBHARAT
3 hours ago
2:14
कुरुक्षेत्र में गेस्ट टीचर्स का जोरदार प्रदर्शन, नेशनल हाईवे 44 पर लगाया जाम, सिरसा से हुई थी "न्याय यात्रा" की शुरुआत
ETVBHARAT
3 hours ago
1:14
చిల్లర కోసం గొడవ - మహిళా కండక్టర్ను బస్సులోంటి తోసేసిన ప్రయాణికురాలు
ETVBHARAT
3 hours ago
3:39
करनाल में साइबर ठगी के मामले में दो आरोपी यूपी से गिरफ्तार, पाकिस्तान तक जुड़े तार
ETVBHARAT
3 hours ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
3 months ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
3 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 months ago
4:32
'লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা'ৰে সন্মানিত কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত-সূৰ্য কুমাৰ ৰাজা
ETVBHARAT
4 months ago
3:23
জোনাইত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ২০ গৰাকী অসুস্থ
ETVBHARAT
4 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
4 months ago
3:58
ধুবুৰীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য মন্ত্ৰী অশোক সিংহলৰ
ETVBHARAT
4 months ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
4 months ago
1:58
বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক
ETVBHARAT
4 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
4 months ago
1:45
শুকান নদীৰ বুকুত অবৈধ বালি খনন, গৰাখহনীয়াৰ বাবে নিদ্ৰাহীন হৈ পৰিছে নৈপৰীয়া ৰাইজ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago