Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ভোগদৈৰ বাঢ়নী পানীয়ে প্ৰাণ ল'লে এজনৰ
3 months ago
যোৰহাট: বানবিধ্বস্ত পশ্চিম যোৰহাটৰ পৰা আহিছে আন এক দুসংবাদ । সকলো হেৰুৱাই বানপীড়িত লোকসকলে দুঃচিন্তাৰ মাজত দিন কটাই থকাৰ সময়তে বানে গৰকা পশ্চিম যোৰহাটৰ মজিয়াভেটিত ভোগদৈৰ বাঢ়নী পানীত পৰি এজন বানাক্ৰান্ত যুৱকে মৃত্যুক আঁকোৱালি ল'ব লগা হয় । মৃত যুৱকজন মজিয়াভেটিৰ ৰূপজ্যোতি গগৈ বুলি চিনাক্ত কৰা হৈছে । মঙলবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ভোগদৈৰ বাঢ়নী পানীত সন্ধানহীন হৈ পৰে যুৱকজন । সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে এছডিআৰএফ বাহিনীক খবৰ দিয়ে । উদ্ধাৰকাৰী দলৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত ভোগদৈৰ বাঢ়নী পানীত মৃত অৱস্থাত ওপঙি থকাৰ পৰা উদ্ধাৰ কৰা হয় । অমায়িক যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে, ১৯ জুলাইত ভোগদৈয়ে পশ্চিম যোৰহাটৰ ৫টা স্থানত মাথাউৰি ছিঙাৰ ফলত পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ অধীনৰ সহস্ৰাধিক ৰাজহ গাঁও বানত প্লাৱিত হৈছিল । এতিয়াও বহু অঞ্চল পানীত বুৰ গৈ আছে, ফলত দুখ-দুৰ্দশাৰ মাজত জীৱন-যাপন কৰিব লগা হৈছে বানপীড়িত লোকসকলে ।লগতে পঢ়ক: কামপুৰত চাৰি বছৰে মেৰামতি নহ’ল বানে ছিঙা পথ, পথ বন্ধৰ ফলকতেই চৰকাৰী দায়িত্ব শেষ!তিনিচুকীয়াত পিআইবিৰ উদ্যোগত 'বাৰ্তা' শীৰ্ষক সাংবাদকৰ্মীসকলৰ কৰ্মশালা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:46
Thank you for joining us.
Show less
Recommended
2:48
|
Up next
মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ
ETVBHARAT
2 months ago
3:12
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
2 months ago
2:14
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
3 months ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
3 months ago
1:16
জাঁজীয়ে ছিগা মথাউৰি নিৰ্মাণত ব্যৰ্থ প্ৰশাসন, ভগৱানৰ ওচৰত শৰণাপন্ন বন্যাৰ্তৰ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
5 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
5 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
5 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
5 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
6 hours ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 months ago
2:17
৩০ দিনৰ ভিতৰত কৃষকে পাব ক্ষতিপূৰণ, কৃষিমন্ত্ৰীৰ ডাঙৰ ঘোষণা
ETVBHARAT
3 months ago
1:11
চৰাইদেউ জিলাত ভয়াবহ বান, নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ
ETVBHARAT
3 months ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
3 months ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
3 months ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
4 months ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
4 months ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
4 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
4 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
4 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
4 months ago
3:55
শিল্পী সূৰ্য কুমাৰ ৰাজা-মনজ্যোৎস্না মহন্তলৈ 'লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা'
ETVBHARAT
5 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
6 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
6 months ago
1:33
শিৱসাগৰত সংঘটিত নিৰ্বাচনী হিংসাক লৈ উদ্বিগ্নতা আছুৰ
ETVBHARAT
6 months ago