Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ত্ৰিৰংগা যাত্ৰাত নতুন প্ৰজন্মক আহ্বান সোণোৱালৰ
2 days ago
ডিব্ৰুগড় : "স্বাধীন ভাৰতৰ সকলোৱে আমাৰ শক্তিশালী ইতিহাস আৰু ভাৰতৱৰ্ষৰ গণতান্ত্ৰিক শক্তিক আগবঢ়াই নিবলৈ সংকল্প ল'ব লাগে । নতুন প্ৰজন্মই ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ আগবাঢ়ি আহিব লাগে ।" বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ টেঙাখাতত ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে ৷উল্লেখ্য যে, শনিবাৰে সমগ্ৰ দেশে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব । কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ তত্ত্বাৱধানত চলি থকা ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অধীনত স্বাধীনতা দিৱস পূৰ্বে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয় ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ টেঙাখাতত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় । টেঙাখাতৰ লাঙি গদাপাণি ক্ষেত্ৰৰ পৰা টেঙাখাত গান্ধী ভৱনলৈকে উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে শ শ দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে ৷সৰ্বানন্দ সোণোৱাল কয়, ‘‘সমগ্ৰ ভাৰতবৰ্ষতেই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে ১৫০ বছৰ পূৰ্বে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা ৰাষ্ট্ৰীয় গীতক আমি শ্ৰদ্ধা নিবেদন কৰিছো । বন্দে মাতৰম স্বাধীনতা আন্দোলনৰ কণ্ঠস্বৰ আছিল । এই গীতৰ পৰা অনুপ্ৰাণিত হৈ লক্ষ লক্ষ লোকে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল ।’’ স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলক সুঁৱৰি আজিৰ প্ৰজন্মই ভাৰতক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আগবঢ়াই নিব বুলিও আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷লগতে পঢ়ক : বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?
Category
🗞
News
Transcript
Display full video transcript
00:02
...
00:04
...
00:04
...
00:04
...
00:05
...
00:11
...
00:14
Thank you very much.
00:43
Thank you very much.
01:42
Thank you very much.
02:11
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
0:40
|
Up next
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
8 hours ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
2 weeks ago
1:55
অসম প্ৰিমিয়াৰ লীগৰ বাবে নিৰ্বাচিত অবিনাশ ফুকন; উৎফুল্লিত পিতৃ-মাতৃ, গোলাঘাটৰ ক্ৰীড়ানুৰাগী
ETVBHARAT
3 weeks ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
4 weeks ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
4 weeks ago
3:01
त्रिपोलिया गेट से निकली तीज माता की शाही सवारी, बालिकाओं ने किया तलवारबाजी का प्रदर्शन
ETVBHARAT
28 minutes ago
0:29
शार्क के साथ सेल्फी, रंग-बिरंगी मछलियों को हाथों से खिलाया दाना, स्वतंत्रता दिवस पर कानपुर जू पहुंचे 6 हजार से अधिक पर्यटक
ETVBHARAT
29 minutes ago
3:46
'୧୪୩ କିମି ରେଳପଥରେ ‘କବଚ’: ହାତୀ ଚଳାଚଳ ଉପରେ EIDS ନଜର': ପୂର୍ବତଟ ମହାପ୍ରବନ୍ଧକ
ETVBHARAT
38 minutes ago
1:08
भोपाल के बड़े तालाब का तेजी से बढ़ रहा जलस्तर, 2 साल तक प्यास बुझा सकता है इतना पानी
ETVBHARAT
40 minutes ago
1:44
स्वतंत्रता दिवस समारोह में शामिल स्कूली बच्चों ने बताए अपने अनुभव, जानिए क्या बोले बच्चे...
ETVBHARAT
45 minutes ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
4 weeks ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
6 weeks ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
7 weeks ago
1:41
ধুবুৰীত ১ টকাতে মাছ-ভাতেৰে দুপৰীয়াৰ আহাৰ?
ETVBHARAT
7 weeks ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
7 weeks ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
2 months ago
4:13
কৰ্কট চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়-অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বুজাবুজি চুক্তি
ETVBHARAT
2 months ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
2 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
4 months ago
5:51
কলং নৈৰ পাৰ জীপাল হ’ল মুকলি বিহুৰে
ETVBHARAT
4 months ago
2:24
ৰাইজৰ সুবিধাৰ্থে অমৃত কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা দুখনকৈ এম্বুলেন্স দান
ETVBHARAT
4 months ago
2:51
সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন
ETVBHARAT
4 months ago
3:00
মানৱ ডেকাই লখিমপুৰত ভোটদান কৰি ক্ষমা বিচাৰিলে!
ETVBHARAT
4 months ago
4:21
গৌৰৱৰ চিন্তাধাৰাক মই বুজি নাপালোঁ: যোৰহাটত ভোটদান কৰি ক’লে হিতেন্দ্ৰনাথ গোস্বামীয়ে
ETVBHARAT
4 months ago
Comments