Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ভাৰত-বাংলাদেশৰ সীমামূৰীয়া দক্ষিণ শালমাৰা-মানকাচৰত ব্ৰহ্মপুত্ৰই মাতিছে বিপৰ্যয়, খহনীয়াই নিছে মাটি-ভেটি
2 months ago
দক্ষিণ শালমাৰা-মানকাচৰ: ভাৰত-বাংলাদেশৰ সীমামূৰীয়া জিলা দক্ষিণ শালমাৰা-মানকাচৰ এশ-এবুৰি সমস্যাৰে ভৰপুৰ ৷ বিশেষকৈ জিলাখনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই দীৰ্ঘসময়ৰে পৰা গুৰুতৰ সমস্যা সৃষ্টি কৰি আহিছে ৷ জিলাখনৰ সুখচৰৰ নতুন ফাত্তাপাৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক পৰিয়ালৰ ভেটি-মাটি আৰু বাসগৃহ নদীৰ বুকুত বিলীন হৈ যোৱাৰ খবৰ পোৱা গৈছে ।বিকশিত ভাৰতৰ নীতিক সাৰোগত কৰি উন্নয়নৰ জয়গান গোৱা ৰাজ্য চৰকাৰে কিন্তু দীৰ্ঘদিনীয়া এই সমস্যা আজিকোপতি সমাধান কৰাত সফল নহ’ল ৷ যাৰ বাবে গাঁওখনৰ লোকসকল কিছু পৰিমাণে চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰা দেখা গৈছে ৷ আব্দুল মজিদ নামৰ গাঁওখনৰ এজন লোকে কয়, ‘‘ইয়াত যোৱা দুদিন ধৰি ভয়াবহ খহনীয়া আৰম্ভ হৈছে । বিগত এমাহৰ ভিতৰত প্ৰায় শতাধিক লোকৰ বাসগৃহ নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াত চৰকাৰে কোনো আঁচনি দিয়া নাই ৷’’আন এজন ভুক্তভোগীয়ে কয়, ‘‘সুখচৰৰ নতুন ফাত্তাপাৰাত বিগত দুদিন ধৰি গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াত কোনো চৰকাৰী মানুহ দেখা নাই । চৰকাৰক আহ্বান জনাওঁ যে আমাৰ নতুন ফাত্তাপাৰা গাঁৱক নদীৰ পৰা বচাব লাগে । ইয়াত অলপ দূৰৈত এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে । গতিকে চৰকাৰক আহ্বান জনাওঁ যে, আমাৰ গাঁও আৰু এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় বচাব লাগে । লগতে দৰিদ্ৰ মানুহবিলাকক সহায় কৰিব লাগে ৷’’লগতে পঢ়ক: কাকৈজানা সংৰক্ষিত বনাঞ্চলত হোম ষ্টে': পৰ্যটকক আকৰ্ষণ কৰিবলৈ প্ৰকৃতিপ্ৰেমী যুৱকৰ পদক্ষেপ
Category
🗞
News
Transcript
Display full video transcript
00:00
I am very happy to see the people who have been doing this.
00:03
I am glad that it is not doing this.
00:04
Do you have any questions?
00:11
No, I have been able to see the people who have been doing this before.
00:18
Do you have any questions?
Show less
Recommended
3:36
জুবিনৰ স্মৃতিয়ে আমনি কৰি ফুৰিছে মোমায়েক-মামীয়েকক
ETVBHARAT
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
New
1:58
കല്ലും മെറ്റലും എം-സാൻഡും കിട്ടാനില്ല, കേരളത്തിലെ നിര്മാണ മേഖല പ്രതിസന്ധിയില്, കാരണം തമിഴ്നാട്
ETVBHARAT
New
4:38
పర్యావరణ హితం వైపే ప్రజలు మొగ్గు - మట్టి పాత్రలకు మార్కెట్లో గిరాకీ
ETVBHARAT
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
4:32
'লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা'ৰে সন্মানিত কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত-সূৰ্য কুমাৰ ৰাজা
ETVBHARAT
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
4:04
যোৰহাটৰ অন্বেষাকাণ্ডৰে জড়িত দুই অভিযুক্ত যুৱতীক ন্যায়িক জিন্মালৈ প্ৰেৰণ
ETVBHARAT
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
New
1:00
4 दिसंबर को लखनऊ में प्रिया और रिंकू की शादी; तैयार हो रही VVIP मेहमानों की लिस्ट
ETVBHARAT
New
7:06
गुरु जी की अनूठी क्लास: 'मासूमों' की जिद के आगे हारा नशा, उन्नाव के इस सरकारी स्कूल ने पेश की जमीनी नशामुक्ति की मिसाल
ETVBHARAT
New
0:43
दीपावली से पहले पुलिस का शहर में फ्लैग मार्च, गुंडे-बदमाशों को पुलिस ने दी चेतावनी
ETVBHARAT
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
2:24
খহনীয়া প্ৰতিৰোধ: নৈপৰীয়াৰ কথা শুনিবলৈ চৰকাৰক আহ্বান সত্ৰাধিকাৰৰ
ETVBHARAT
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
1:44
মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
ETVBHARAT
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT