Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
অন্তিমদিনা বাইক ৰেলীৰে বৃহৎ শক্তি প্ৰদৰ্শন ধুবুৰীৰ বিজেপি প্ৰাৰ্থীৰ
5 months ago
ধুবুৰী: প্ৰতিটো দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত অন্তিম মুহূৰ্তলৈকে ব্যাপক প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে ৮ নং ধুবুৰী বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদে বৃহৎ শক্তি প্ৰদৰ্শন কৰে । প্ৰচাৰৰ অন্তিম দিন উপলক্ষে মঙলবাৰে উত্তম কুমাৰ প্ৰসাদৰ সমৰ্থনত ধুবুৰী চহৰত এক বিশাল বাইক ৰেলীৰ আয়োজন কৰা হয় । সমৰ্থক আৰু বিজেপি-অগপ কৰ্মীসকলৰ উপস্থিতিত উক্ত বাইক ৰেলীৰে ধুবুৰীৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে ।এনডিএ সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদে কয়,"আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন । ৰাইজে যি ধৰণে মোক সঁহাৰি দিছে সেই ক্ষেত্ৰত মই বৰ আনন্দিত । ধুবুৰীত এতিয়া পৰিৱৰ্তনৰ বতাহ বলিছে । ৰাইজেই মোৰ ভৰসা ।" নিৰ্বাচনৰ দিনা প্ৰতিজন ভোটাৰ ৰাইজে যাতে নিজৰ নিজৰ ভোটধিকাৰ সাব্যস্ত কৰে তাৰ বাবে তেওঁ আহ্বান জনায় । লগতে পঢ়ক: দেশত অসমৰ দৰে এনে ভ্ৰষ্ট আৰু অহংকাৰী মুখ্যমন্ত্রী নাই : পবন খেড়াৰ অভিযোগৰ পিছত মুখ্যমন্ত্ৰীক আক্ৰমণ খাৰ্গেৰঅসমৰ ৰাইজে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনাব : বৈজয়ন্ত পাণ্ডা
Category
🗞
News
Transcript
Display full video transcript
00:00
...
00:02
...
00:03
...
00:03
...
00:11
...
00:12
...
00:14
...
00:39
Thank you for joining us.
00:46
foreign
01:01
foreign
01:15
foreign
01:48
foreign
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
3 weeks ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
3 weeks ago
1:27
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
4 weeks ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
2 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
2 months ago
22:20
کشمیر پھر بالی ووڈ کی توجہ کا مرکز، ’میں واپس آؤں گا‘ کا سرینگر میں پریمیئر
ETVBHARAT
13 minutes ago
1:08
పాదయాత్రపై వైఎస్ జగన్ కీలక అప్డేట్ - వచ్చే ఏడాది ఆ నెలలో షురూ!
ETVBHARAT
17 minutes ago
0:50
One Killed, Others Feared Trapped After Water Tank Collapses In Jharkhand
ETVBHARAT
17 minutes ago
2:57
ભાવનગરના જવાહર મેદાનમાં ગણપતિ મૂર્તિના સ્ટોલ શરૂ, વેચનારા અને ખરીદનારા બંને ચિંતામાં, જાણો કેમ?
ETVBHARAT
25 minutes ago
3:06
સાત વર્ષથી વેતન વધારાની રાહ: ‘₹10 હજાર આવે છે, પણ ઘરે પહોંચે છે કેટલા?’... આંગણવાડી બહેનોના સવાલે સરકાર સામે ખોલી દીધું મોંઘવારીનું ગણિત
ETVBHARAT
26 minutes ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
2 months ago
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
2 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
3 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
5 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
5 months ago
1:20
যোৰহাটত দাওদাওকৈ জ্বলিল বাহন
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
5 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
5 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
5 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
5 months ago
Comments