Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
পাঁচদিনৰ অন্তত উদ্ধাৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন মাধৱ শৰ্মাৰ মৃতদেহ
6 months ago
মাজুলী: বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোৱা ১৬ এপ্ৰিলত মাজুলীত সংঘটিত হয় এক শোকাৱহ ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰ পৰা পৰিছিল এজন যুৱক । পিছত জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ হোৱা যুৱকজন আছিল মাজুলীৰ । ৫ দিন ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা মাধৱ শৰ্মাৰ মৃতদেহ অৱশেষত মঙলবাৰে উদ্ধাৰ হয় । ভকত চাপৰি আৰু মছুৱা চাপৰিৰ মাজৰ এটা সুঁতিত স্থানীয় গোপালকে মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰে । আৰক্ষী আৰু SDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । পৰিয়ালৰ লোকে মৃতদেহটো মাধৱ শৰ্মাৰ বুলি চিনাক্ত কৰিছে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । মৃত যুৱকজনৰ ভনীয়েকে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি পাঁচটা দিনে আমি দাদা ক'ত আছে, কিদৰে আছে সেই বিষয়ে জানিব পৰা নাছিলোঁ । আজি পাঁচটা দিনৰ মূৰত অন্ততঃ নিশ্চিত খবৰটো লাভ কৰিছোঁ । এই পাঁচটা দিনত আৰক্ষী প্ৰশাসন, মাজুলী জিলা প্ৰশাসন আৰু SDRF এ যিদৰে সহায় কৰিলে তাৰ বাবে সেইসকলক ধন্যবাদ জনাইছোঁ ।’’লগতে পঢ়ক:১৯৯৫ চনত বিলমুখত প্ৰাণ আহুতি দিয়া মিচিং আন্দোলনৰ শ্বহীদক স্মৰণ
Category
🗞
News
Transcript
Display full video transcript
00:39
Thank you very much.
01:00
Thank you very much.
01:54
Thank you very much.
02:20
Thank you very much.
02:53
Thank you very much.
03:00
Thank you very much.
Show less
Recommended
2:55
|
Up next
১০০ বানাক্ৰান্ত পৰিয়ালক ঘৰখন পুনৰ নিৰ্মাণ কৰাত ব্যস্ত দীপলিনা ডেকা
ETVBHARAT
2 months ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
2 months ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
2 months ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 months ago
1:16
জাঁজীয়ে ছিগা মথাউৰি নিৰ্মাণত ব্যৰ্থ প্ৰশাসন, ভগৱানৰ ওচৰত শৰণাপন্ন বন্যাৰ্তৰ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
2 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
2 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
2 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
2 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
2 hours ago
1:19
ডেৰবছৰীয়া সন্তানক লগত লৈ ভোগদৈত জাপ দিলে মাতৃয়ে
ETVBHARAT
3 months ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
3 months ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
3 months ago
1:30
জাগীৰোডত ‘অৰ্পিতা’ৰ উদ্যোগত অনুষ্ঠিত আঠদিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি
ETVBHARAT
3 months ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 months ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
3 months ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
3 months ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
3 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
3 months ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
4 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
4 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
4 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
4 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
4 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
6 months ago