Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ
4 months ago
গোলাঘাট : দেৰগাঁৱৰ চকিয়ালৰ আৱাসিক এলেকাত ভালুকৰ মুক্ত বিচৰণক লৈ স্থানীয় লোকসকল আতংকিত হৈ পৰিছে । চিচিটিভি কেমেৰাত ভালুকৰ মুক্ত বিচৰণ দেখি বিনিদ্ৰ ৰজনী কটাইছে লোকসকলে । ভালুকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "যোৱা নিশা আমাৰ অঞ্চলত এটা ভালুক দেখা পোৱা গৈছে । ভালুকটোৱে এজন লোকলৈ চোঁচা লৈছিল । আমি অলপ হুলস্থূল কৰাত ভালুকটো জংঘলৰ ফালে আঁতৰি যায় । পূৰ্বেও এই অঞ্চলত ভালুকে কেইবাজনো লোকৰ ঘৰত তাণ্ডৱ চলাইছিল কিন্তু তাৰ পাছত বহু দিন দেখা পোৱা নাছিলোঁ । ইতিমধ্যে প্ৰশাসনৰ লোক আহিছে । এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ ।" জানিব পৰা মতে, কিছুদিন পূৰ্বে এটা ভালুক অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাৰীত প্ৰৱেশ কৰি হাঁহ, কুকুৰা ভক্ষণ কৰিছিল । ইয়াৰ উপৰিও অঞ্চলটোৰ এজন লোকৰ ফাৰ্মৰ পৰা ব্ৰইলাৰ লৈ যোৱা দৃশ্যও চিচিটিভিত বন্দী হৈছিল ।লগতে পঢ়ক : ডিব্ৰুগড় চহৰত লাগিল হাহাকাৰ, কিন্তু কিয় ?
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:52
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
2:01
|
Up next
অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ; ইতিহাস ৰচিলে বৰপেটা ব্ৰেভছ দলে
ETVBHARAT
3 weeks ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
5 weeks ago
2:00
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
ETVBHARAT
6 weeks ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
2 months ago
0:33
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
2 months ago
6:56
ਪਿੰਡ ਵਿੱਚ ਨਸ਼ੇ ਖ਼ਿਲਾਫ਼ ਮੁਹਿੰਮ ਦੌਰਾਨ ਦੋ ਧਿਰਾਂ ਵਿੱਚ ਖੂਨੀ ਟਕਰਾਅ, ਮੁੰਡੇ ਦੀ ਮੌਤ
ETVBHARAT
6 minutes ago
2:53
ପ୍ରଥମେ ଅଭ୍ୟାସ, ଏବେ ଟ୍ୟାକ୍ସ...ସାଉଣ୍ଡ ବକ୍ସ ବଦଳରେ କ୍ୟାସ ବକ୍ସକୁ ଫେରିବା ଲାଗି ବେପାରୀଙ୍କ ପ୍ରସ୍ତୁତି
ETVBHARAT
6 minutes ago
2:30
Rail Roko Protest: ਕਿਸਾਨਾਂ ਨੂੰ ਮੰਗਾਂ ਮੰਨੇ ਜਾਣ ਸਬੰਧੀ ਪ੍ਰਸ਼ਾਸਨ ਤੋਂ ਮਿਲਿਆ ਲਿਖਤੀ ਭਰੋਸਾ, ਰੇਲਵੇ ਟਰੈਕਾਂ ਤੋਂ ਚੁੱਕਿਆ ਧਰਨਾ
ETVBHARAT
6 minutes ago
2:51
ରାଜ୍ୟକୁ ଘାରିଲାଣି ବାତ୍ୟା ଭୟ; ରାଜସ୍ୱ ମନ୍ତ୍ରୀ କହିଲେ ସରକାର ପ୍ରସ୍ତୁତ, 19ରେ ଲଘୁଚାପ କ୍ଷେତ୍ର ସୃଷ୍ଟି, 23ରୁ ପ୍ରବଳ ବର୍ଷା !
ETVBHARAT
6 minutes ago
2:48
बरेली डीएम का एक्शन: टाइपिंग टेस्ट में फेल होने पर क्लर्क को डिमोट कर बनाया चतुर्थ श्रेणी कर्मचारी
ETVBHARAT
8 minutes ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 months ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2 months ago
3:54
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
ETVBHARAT
2 months ago
2:52
ভূমিকেন্দ্ৰিক বিবাদত আহত দুজন, বজাৰৰ মাজতেই আক্ৰমণ
ETVBHARAT
2 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
3 months ago
0:48
যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস
ETVBHARAT
3 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
3 months ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
4 months ago
2:42
শীঘ্ৰে নিয়ন্ত্ৰণলৈ আহিব অত্যাৱশকীয় সামগ্ৰীৰ মূল্য: কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
4 months ago
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
5 months ago
2:24
ৰাইজৰ সুবিধাৰ্থে অমৃত কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা দুখনকৈ এম্বুলেন্স দান
ETVBHARAT
5 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
5 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
5 months ago
Comments