Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ভয়ংকৰ অগ্নিকাণ্ডত যোৰহাটত ব্য়ৱসায়িক প্ৰতিষ্ঠানসহ গুডাম ভস্মীভূত
4 months ago
যোৰহাট : যোৰহাট জিলাৰ চিনামৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিনামৰা সদৰ তিনিআলিস্থিত ৰাজ হাৰ্ডৱেৰ এণ্ড কেমিকেল নামৰ ব্য়ৱসায়িক প্ৰতিষ্ঠানখনত সোমবাৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰাই এই জুই তিনিটা গুডামলৈ সম্প্ৰসাৰিত হয় । এই গুডামত বিভিন্ন হাৰ্ডবেৰ সামগ্ৰৰ লগতে বিভিন্ন ৰায়ায়নিক মজুত আছিল ।জুইৰ লেলিহান শিখাই দোকানৰ লগতে গুডাম ঘৰ আগুৰি ধৰাত অঞ্চলটোৰ চৌপাশে ধোঁৱা বিয়পি পৰে । এই অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ঠাইয়ে ঠাইয়ে এতিয়াও উমি উমি জ্বলি আছে । এই ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় ১০কোটি টকাৰো অধিক মূল্য়ৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি সন্দেহ কৰা হৈছে ।লগতে পঢ়ক:গেমিং জ’নৰ বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ১৫ জনৰডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
Category
🗞
News
Transcript
Display full video transcript
00:03
Oh
01:00
I'm sorry, I'm sorry, I'm sorry.
Show less
Recommended
1:35
|
Up next
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
3 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
4 months ago
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
4 months ago
1:31
আত্মীয়ৰ দহা কৰিবলৈ গৈ অভয়াপুৰীত নৈত উটি গ’ল যুৱক
ETVBHARAT
4 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
5 months ago
2:26
अमित शाह ने राहुल को दी चुनौती, बोले- EVM, SIR पर चर्चा के लिए संसद का विशेष सत्र बुलाने को तैयार, कहा- राहुल गांधी कभी प्रधानमंत्री नहीं बन पाएंगे
ETVBHARAT
7 hours ago
1:27
जीजा के मकान में की लाखों की चोरी, आरोपी गिरफ्तार, 37 लाख का माल बरामद
ETVBHARAT
8 hours ago
0:55
અમદાવાદમાં ડુપ્લીકેટ ચાંદીના વરખનો વેપાર ઝડપાયો! કાલુપુરમાં એચ.એમ વરખવાલા એકમ સીલ કરાયું
ETVBHARAT
8 hours ago
1:03
फरीदाबाद में एम्बुलेंस के लिए 50 लाख का डीजल खरीदा, अस्पताल प्रशासन के उड़े होश, बनाई गई जांच कमेटी
ETVBHARAT
8 hours ago
2:04
জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কেএমচি এফ চি সোণাপুৰৰ
ETVBHARAT
8 hours ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
5 months ago
1:20
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ
ETVBHARAT
5 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
5 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
6 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
7 months ago
2:10
৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন
ETVBHARAT
7 months ago
1:23
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
7 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
7 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
7 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
7 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
7 months ago
1:09
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
ETVBHARAT
7 months ago
1:04
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
ETVBHARAT
7 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
7 months ago
1:31
তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাৰ মনোনয়ন পত্ৰ দাখিল
ETVBHARAT
7 months ago