Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
4 months ago
জোনাই : বানাত ক্ষতিগ্ৰস্ত জোনাইৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত ঠিয় দিছে অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলে ৷ শেহতীয়া বানত ক্ষতিগ্ৰস্ত জোনাইৰ পৰিয়ালসমূহৰ মাজত অল ইণ্ডিয়া কংগ্ৰেছ সেৱাদলে খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ কংগ্ৰেছ সেৱাদলৰ সভাপতি শ্ৰীনিবাস বি ভিৰ নেতৃত্বত যোৱা দলটোৱে জোনাইৰ মধুপুৰ, অৰুণ চাপৰি, মালভোগ, ওৰাং চুবুৰী আৰু কেদিচুক আদি ধৰি প্ৰায় পাঁচখন বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত চাউল, দাইল, বিশুদ্ধ খোৱা পানী, শুকান খাদ্যসহ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।দলটোৱে বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ সংকট দূৰ কৰিবলৈ দমকলৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থাও গ্ৰহণ কৰে । কংগ্ৰেছ সেৱাদলৰ নেতৃত্বই কয় যে, দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থকাটো তেওঁলোকৰ নৈতিক দায়িত্ব । আগন্তুক দিনতো প্ৰয়োজন অনুসৰি সাহায্য আৰু সহযোগিতা অব্যাহত ৰাখিব বুলি ৰাইজক আশ্বাস দিয়ে ৷লগতে পঢ়ক: এ পি ডি চি এলত ভূত ওলাইছে ! গৰাকী মৃত, মিটাৰৰ সংযোগো বিচ্ছিন্ন, বিল আহিল ২৪ হাজাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:38
Thank you very much.
01:10
Thank you very much.
01:59
Thank you very much.
02:20
Thank you very much.
02:53
Thank you very much.
03:29
Thank you very much.
03:44
Thank you very much.
Show less
Recommended
1:46
|
Up next
নগাঁৱৰ কঠিয়াতলিৰ ভিন্ন এলেকাত বন্য হস্তীৰ উপদ্ৰৱ, ৰাইজৰ মাজত উদ্বেগ
ETVBHARAT
15 hours ago
2:03
বানাক্ৰান্তৰ কাষলৈ ৰাওনা বঙাইগাঁও জিলা আছু আৰু প্ৰেছ ক্লাৱৰ সদস্য
ETVBHARAT
3 months ago
1:53
টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা, এনডিআৰএফৰ বাবে প্ৰাণৰক্ষা ৫ লোকৰ
ETVBHARAT
4 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
4 months ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
4 months ago
1:43
ମୟୂରଭଞ୍ଜରେ ମୋବାଇଲ ଚୋରି ଅଭିଯୋଗରେ ବ୍ୟକ୍ତିଙ୍କୁ ପିଟି ପିଟି ହତ୍ୟା; ଚାରି ଗିରଫ
ETVBHARAT
20 minutes ago
2:23
উত্তর-দক্ষিণে মূলত শুষ্ক আবহাওয়া, কালীপুজোর মধ্যে হাওয়া বদলের সম্ভাবনা
ETVBHARAT
46 minutes ago
0:50
बाराबंकी में युवती की ईंट से कूचकर कर हत्या; सगे भाई-भाभी ने दिया घटना को अंजाम, वजह जानकर रह जाएंगे हैरान
ETVBHARAT
49 minutes ago
1:27
TI दिलीप पुरी हत्याकांड: पुलिस ने दो आरोपियों का किया शॉर्ट एनकाउंटर, दोनों के पैर में लगी गोली
ETVBHARAT
1 hour ago
1:00
श्रीगंगानगर: अनूपगढ़-सूरतगढ़ रेलवे ट्रैक के पास संदिग्ध ब्लास्ट, ट्रेन गुजरने के कुछ देर बाद हुआ धमाका
ETVBHARAT
2 hours ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
4 months ago
1:38
বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ
ETVBHARAT
4 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
4 months ago
3:39
মৰিগাঁৱত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰা
ETVBHARAT
4 months ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
4 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
4 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
4 months ago
2:23
আহাৰমহীয়া বানত বুৰিল ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল
ETVBHARAT
5 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
5 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
5 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
5 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
5 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
6 months ago
1:27
সপ্তমবাৰলৈ দুৰ্গ অক্ষত : হাঁহিমুখে সমৰ্থকৰ মাজত জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
6 months ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
6 months ago