Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ কনকলতা অসামৰিক চিকিৎসালয়ৰ দলৰ যাত্ৰা
3 months ago
তেজপুৰ: নাগালেণ্ডৰ মন জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ঢলৰ ফলত দিখৌ–দিচাং নদীয়ে উজনি অসমৰ একাধিক জিলাত সৃষ্টি কৰা বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি জিলাৰ বহু অঞ্চল এতিয়াও পানীৰ তলত থকাৰ ফলত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈছে ।এই বানাক্ৰান্ত লোকসকলক স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সহযোগত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এটা বিশেষ চিকিৎসা দল উজনি অসমলৈ ৰাওনা হৈছে ।চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰে গঠিত এই দলটোৱে বান আশ্ৰয় শিবিৰ আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চলত চিকিৎসা সেৱা, প্ৰয়োজনীয় ঔষধ বিতৰণ আৰু স্বাস্থ্য পৰামৰ্শ আগবঢ়াব । বানৰ পিছত পানীৰ পৰা হোৱা আৰু সংক্রামক ৰোগৰ আশংকা বৃদ্ধি পোৱাত এই চিকিৎসা অভিযান বিশেষ গুৰুত্বপূৰ্ণ বুলি স্বাস্থ্য বিভাগে উল্লেখ কৰিছে । প্ৰশাসনে সদৰী কৰা মতে, বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে উদ্ধাৰ, সাহাৰ্য আৰু চিকিৎসা সেৱা অব্যাহত থাকিব ।লগতে পঢ়ক:নিশা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চতুৰ্থখন গেটেৰে পানী এৰিলে নীপকোৱেলাইভ অসমৰ বানৰ আপডেট: বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৬ জনৰ, মৃতকৰ মুঠ সংখ্যা ৪৭ জনলৈ বৃদ্ধি, এতিয়াও প্লাৱিত ১১ খন জিলা
Category
🗞
News
Transcript
Display full video transcript
00:28
Transcribed by ESO, translated by —
00:59
Transcribed by ESO, translated by —
01:10
Transcribed by ESO, translated by —
Show less
Recommended
2:50
|
Up next
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 months ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
3 months ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
5 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
5 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
5 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
5 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
5 hours ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
3 months ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
3 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
4:18
'সাপক ভয় কৰি হত্যা নকৰিব', বিশ্ব সৰ্প দিৱসত ধুবুৰীত প্ৰকৃতিপ্ৰেমীৰ আহ্বান
ETVBHARAT
3 months ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:53
ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্য, শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল
ETVBHARAT
4 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
4 months ago
6:45
শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ
ETVBHARAT
4 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
4 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
4 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
5 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
6 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
7 months ago