মাজুলী : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱভাগিক লৈ এতিয়াৰ পৰা সত্ৰ নগৰী মাজুলীত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী দ্বিতীয় বৃন্দাবনলৈ পৰিণত হয় । মাজুলীৰ সত্ৰানুষ্ঠানৰ লগতে এইবাৰ স্থায়ী-অস্থায়ী ৬৭ টা ঠাইত এই ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব । যাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে সকলো এই ৰাস মহোৎসৱৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে । মাজুলীৰ বুঢ়া শেনছোৱা আঞ্চলিক কৃষ্টি সংঘতো আবেলিৰ পৰা দুপৰ নিশালৈকে ৰাসৰ আখৰা চলিছে । শিশুৰ পৰা আৰম্ভ কৰি ডেকা-বুঢ়া সকলো এই ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে ।ৰাসৰ লগত জড়িত এজন লোকে কয়, ‘‘দ্বিতীয়বাৰৰ বাবে মাজুলীৰ বুঢ়া শেনছোৱা আঞ্চলিক কৃষ্টি সংঘই কেন্দ্ৰিয়ভাৱে আধ্যাত্মিকভাৱে এই ৰাস মহোৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছো ৷ ২৩,২৪, ২৬ নৱেম্বৰত আদৰিবলৈ সাজু আছো ৷’’আন এজন লোকে কয়, ‘‘বিগত বৰ্ষতকৈ এইবাৰ ইয়াৰ অধিক ৰািজৰ সমাগম হ’ব বুলি আশা কৰিৰো ৷ আমাৰ এই ৰাস মহোৎসৱত কেবাগৰাকীও বিশিষ্ট লোকক আমন্ত্ৰণ জনাইছো ৷’’লগতে পঢ়ক : শংকৰী ভাওনাত সীতাৰ চৰিত্ৰত জিন্নাত আফ্ৰিন খানলগতে পঢ়ক : ৰাস মহোৎসৱক পৰ্যটকক আদৰিবলৈ সাজু মাজুলী, জিলা আয়ুক্তৰ প্ৰস্তুতিমূলক বৈঠকa
Transcript
00:26Satsang with Mooji
00:59Satsang with Mooji
01:17Satsang with Mooji
01:49Satsang with Mooji
02:18Satsang with Mooji
02:36Satsang with Mooji
02:37Satsang with Mooji
02:39Satsang with Mooji
02:40Satsang with Mooji
02:41Satsang with Mooji
02:41Satsang with Mooji