Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
4 weeks ago
লখিমপুৰ: নাওবৈচাত মৰ্মান্তিক ঘটনা । সমষ্টিটোৰ দৌলতপুৰত দুগৰাকী কিশোৰীৰ পুখুৰীত গা ধুই থকাৰ সময়তে পানীত ডুবি মৃত্যু হয় । এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে । মৃত কিশোৰী দুগৰাকী হ’ল নাজিয়া চুলতানা আৰু ছাহিনা চুলতানা ।স্থানীয় ৰাইজৰ মতে, এটা পুখুৰীত গা ধুই থকাৰ সময়ত হঠাৎ দুয়োগৰাকী কিশোৰী ডুব যায় । পাছত স্থানীয় লোকে বহু কষ্ট কৰি কিশোৰী দুগৰাকীৰ মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাৰ পিছতে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক খবৰ দিয়ে যদিও প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পিছতো ঘটনাস্থলীত কোনো উদ্ধাৰকাৰী দল উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । যাৰ বাবে স্থানীয় ৰাইজে নিজা উদ্যোগত উদ্ধাৰ অভিযান চলাই দুয়োগৰাকী কিশোৰীক পানীৰ পৰা উদ্ধাৰ কৰে । কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বিশেষকৈ দুৰ্যোগ প্ৰশমন আৰু উদ্ধাৰ ব্যৱস্থাৰ চূড়ান্ত শিথিলতা আৰু দায়িত্বহীনতাক লৈ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।লগতে পঢ়ক: অসমৰ বলিয়া বানত কোঙা লাখ লাখ গঞা, বহু গাঁৱৰ জঁকাটোহে ৰ’ল বানৰ শেষত
Category
🗞
News
Transcript
Display full video transcript
00:00
I am a member of the government, and I am a member of the government.
Show less
Comments
Log in to post a comment
Recommended
2:55
১০০ বানাক্ৰান্ত পৰিয়ালক ঘৰখন পুনৰ নিৰ্মাণ কৰাত ব্যস্ত দীপলিনা ডেকা
ETVBHARAT
6 days ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
3 weeks ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
4 weeks ago
1:12
সাপ, বেং, বিষাক্ত কীট পতংগৰ বাবে ঘৰলৈ যাব পৰা নাই বন্যাৰ্ত, ব্লিছিং পাউদাৰ-ফেনাইল যোগানৰ আহ্বান
ETVBHARAT
4 weeks ago
1:32
ରାକ୍ଷୀ ପୂର୍ଣ୍ଣିମାରେ ମିଠା ମହଙ୍ଗା: ଚିନି, ଛେନା ଓ ଗ୍ୟାସ ଦର ବୃଦ୍ଧିରେ ଦୋକାନୀଙ୍କ ଚିନ୍ତା, ଗ୍ରାହକଙ୍କ ପକେଟକୁ ମାଡ
ETVBHARAT
13 minutes ago
1:54
हरियाणवी सिंगर अंकित बालियान की हत्या; जिम के बाहर अज्ञात हमलावरों ने मारी गोली, बाइक सवार बदमाश फरार
ETVBHARAT
14 minutes ago
4:09
Explainer: ਪੰਜਾਬ ਵਿਧਾਨ ਸਭਾ ਚੋਣਾਂ 2027 'ਚ NOTA ਦੀ ਭੂਮਿਕਾ , ਹੁਣ ਤੱਕ ਕਿੰਨਾ ਰਿਹਾ ਅਸਰ ? ਵਿਸ਼ੇਸ਼ ਰਿਪੋਰਟ
ETVBHARAT
19 minutes ago
0:59
Access Bars Therapy : तनाव मुक्ति के लिए एक्सेस बार्स थेरेपी, स्कूलों में बच्चों के लिए उपयोगी
ETVBHARAT
26 minutes ago
2:13
ଆଦିବାସୀ ଛାତ୍ର କରନ ଏକ୍କାଙ୍କ ପ୍ରମାଣପତ୍ରରେ ତ୍ରୁଟି ପ୍ରସଙ୍ଗ: ସୁନ୍ଦରଗଡ଼ ଜିଲ୍ଲାପାଳଙ୍କୁ OHRCଙ୍କ ନୋଟିସ୍
ETVBHARAT
34 minutes ago
2:17
৩০ দিনৰ ভিতৰত কৃষকে পাব ক্ষতিপূৰণ, কৃষিমন্ত্ৰীৰ ডাঙৰ ঘোষণা
ETVBHARAT
5 weeks ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
5 weeks ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
6 weeks ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
6 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
7 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
2 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
2 months ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
2 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
2 months ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
2 months ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
3 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
3 months ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
Comments