Skip to player
Skip to main content
Search
Upload
For you
Explore
Following
Log in
Company
About
Press
Jobs
Dailymotion Pro
Support
Developers
Advertisers
Accessibility
Help Center
Legal
Manage Cookies
Privacy and Cookie Policy
Legal notices
Terms
All videos
© 2026 Dailymotion
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
7 months ago
মৰিগাঁও: বুধবাৰৰ পৰা আৰম্ভ হৈছে ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিহু সন্মিলন । প্ৰথম দিনা স্মৃতি তৰ্পণ আৰু বিহু পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ । ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলনত জিলাখনত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ।দুদিনীয়া এই বিহু সন্মিলনীৰ প্ৰথম দিনা পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰথমে স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে । তাৰ পিছতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কৰে । বিহুগীত জুৰি সকলোৱে বিহু নাচি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় । বিয়লি আৰম্ভ হ'ব অসমৰ বিভিন্ন প্ৰান্তত খলকনি সৃষ্টি কৰা কেইবাটাও বিহু দলৰ মুকলি বিহু প্ৰদৰ্শন । বৃহস্পতিবাৰে পুৱা ৫ বজাত মাৰাথন দৌৰ আৰু ১০ বজাৰ পৰা আৰম্ভ হ'ব চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা । উল্লেখযোগ্য যে, জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমটো বিহু সন্মিলনীৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস ।লগতে পঢ়ক: কলং নৈৰ পাৰ জীপাল হ’ল মুকলি বিহুৰে - মুকলি বিহুদহ হাজাৰ দৰ্শকৰ উপস্থিতিত উদযাপিত হ’ল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত মুকলি বিহু - জামুগুৰিহাটৰ মুকলি বিহু
Category
🗞
News
Transcript
Display full video transcript
00:09
This was the first time I was born in the hospital.
00:15
I was born in the hospital and I was born in the hospital.
00:50
Thank you very much.
01:17
Thank you very much.
01:21
Thank you very much.
Show less
Recommended
0:57
|
Up next
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নগাঁৱত আছুৰ মম শিখা সমদল
ETVBHARAT
6 days ago
1:13
পাণ্ডুঘাটত দুদিনত ১১২ খন দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন
ETVBHARAT
2 weeks ago
1:38
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
3 months ago
3:12
বৰক্ষেত্ৰীৰ চৰত প্ৰথমা পত্নীৰ ভাতৃক হত্য়া ভনী জোৱায়েকৰ
ETVBHARAT
3 months ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
3 months ago
0:30
छिंदवाड़ा के किसानों को मिला ट्रैक्टर, बुलेट और ई स्कूटी, मोहन यादव ने वर्चुअली बांटे गिफ्ट
ETVBHARAT
6 minutes ago
3:25
Special : सोने-चांदी की कीमतों में गिरावट से आभूषणों की बढ़ी 'चमक', 40 फीसदी तक बढ़ गए ऑर्डर, कारोबारी बोले- होने वाली है बल्ले-बल्ले...
ETVBHARAT
9 minutes ago
1:12
ਦਿਵਾਲੀ ’ਤੇ ਨਾ ਹੋਣ ਹਾਦਸੇ, ਪਟਾਕਿਆਂ ਦੀ ਸਾਂਝੀ ਪ੍ਰਦਰਸ਼ਨੀ ਕਰਵਾਉਣ ਦਾ ਸੁਝਾਅ
ETVBHARAT
19 minutes ago
2:07
दिवाली बाजार में आधुनिक तड़का: रोशनी के साथ गूंजेगी पटाखों की आवाज, झालरों में दिखेगा दुबई का नजारा
ETVBHARAT
20 minutes ago
4:36
Watch: ଭକ୍ତି ଆଗରେ ହାର୍ ମାନେ ପ୍ରତିବନ୍ଧକ, ନିଆରା ଥିମରେ ଢେଙ୍କାନାଳ ବାଜିଚୌକ ପୂଜାମଣ୍ଡପ ଦେଲା ବାର୍ତ୍ତା
ETVBHARAT
21 minutes ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
3 months ago
0:40
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
3 months ago
3:14
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
3 months ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
3 months ago
2:54
ছুপাৰ ডিভিজন ফুটবলত বৰমা ইউনাইটেড ফুটবল ক্লাব বিজয়ী
ETVBHARAT
3 months ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
3 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
4 months ago
1:48
গুৱাহাটীত বন বিভাগৰ অভিযান, উদ্ধাৰ ২০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ
ETVBHARAT
4 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
5 months ago
3:01
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে
ETVBHARAT
5 months ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
5 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
5 months ago
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
5 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
6 months ago