Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
শাৰদীয় দুৰ্গোৎসৱ 2026 : বৰমাত মহাসপ্তমীৰ পূজা অৰ্চনা
9 hours ago
বাক্সা : ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে পুৰোহিৰতৰ মন্ত্ৰোচাৰণ, ডবা-শংখ, ঘণ্টা, উৰুৰিৰ ধ্বনি শুনিবলৈ পোৱা গৈছে ৷ ইয়াৰে লগে লগে পুৱাৰে পৰা নিশালৈকে ভক্তৰ সমাগমো দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰে ব্যতিক্ৰম নহয় বাক্সা জিলাৰ বৰমাও ৷ বৰমা পূব চ’কত এইবাৰ তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰীদুৰ্গা পুজা মহোৎসৱ উদযাপন কৰা হৈছে ।বৰমাৰ এই পূজাভাগত পূজাৰ সমান্তৰালকৈ আয়োজক কমিটীয়ে কেবাটাও কাৰ্যসূচী হাতত লৈছে ৷ ইতিমধ্যে ইয়াৰে কেবাটাও কাৰ্যসূচী সম্পন্ন হৈছে বুলি সভাপতি বসন্ত কুমাৰ শৰ্মাই ইটিভি ভাৰতৰ আগত সদৰী কৰে ৷ সভাপতি শৰ্মাই উল্লেখ কৰা মতে, ২১ অক্টোবৰৰ পুৱাৰে পৰা দশমী বিহিত পূজা কৰা হ’ব ৷ তাৰ পাছত আবেলি ৪ বজাত মৰাপাগলদিয়া নৈৰ ঘাটত দেৱী বিসৰ্জন দিয়া হ’ব ৷ প্ৰত্যেকবাৰেই দেৱী বিসৰ্জনৰ কাৰ্যসূচীত শতাধিক ধৰ্মপ্ৰাণ লোক উপস্থিত হয় ৷ সেয়ে উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি বসন্ত কুমাৰ শৰ্মাই এইবাৰো পূজাৰ সকলোবোৰ কাৰ্যসূচীত সমূহ ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ।লগতে পঢ়ক : ৰুদ্ৰ সিংহই প্ৰতিষ্ঠা কৰা ২৩২ বছৰীয়া দেৱালয়ত দুৰ্গা পূজালগতে পঢ়ক : নগাঁৱৰ দুৰ্গা পূজা : নাজিৰাজানৰ পূজা মণ্ডপত প্ৰতিফলিত লাচিত বৰফুকনৰ বীৰত্বৰ গাথা
Category
🗞
News
Transcript
Display full video transcript
00:00
The only one that has become a joint in the country with the UNFIA,
00:08
if you are interested in the UNFIA,
00:10
you will be interested in the UNFIA,
00:45
Thank you very much.
01:00
Thank you very much.
01:27
Thank you very much.
Show less
Recommended
3:13
|
Up next
বৰপেটাৰ ৰাখাল থানত ৩০ ঘণ্টীয়া কাতি বিহুৰ নাম প্ৰসংগ
ETVBHARAT
8 hours ago
1:38
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
2 months ago
3:49
পৱিত্ৰ ভাদমাহ আৰম্ভ, ভক্তিৰসত বিলীন সত্ৰপীঠ মাজুলী
ETVBHARAT
2 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
3 months ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
3 months ago
1:56
कासगंज में दो पक्षों में खूनी संघर्ष; ढकपुरा गांव में कई घायल, अस्पताल में चल रहा इलाज
ETVBHARAT
3 hours ago
2:51
"कांग्रेस को आत्मचिंतन की जरूरत", रोहतक में बोले हरियाणा के पूर्व विधानसभा अध्यक्ष कुलदीप शर्मा
ETVBHARAT
3 hours ago
0:31
बरेली में घायल बुजुर्ग की मौत, बेटी-दामाद में चल रहा था विवाद, बीच-बचाव करने गए थे
ETVBHARAT
3 hours ago
1:27
'रेखा आर्या के प्रति कांग्रेस की सहानुभूति, लेकिन कथित 200 करोड़ मामले पर हो ED और CBI जांच'- धस्माना
ETVBHARAT
3 hours ago
3:37
कांग्रेस नेताओं के बीच मंच पर दिखे ये पूर्व MLA, सीएम के खिलाफ मोर्चा खोलने पर 6 साल के लिए हुए हैं सस्पेंड
ETVBHARAT
3 hours ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
4 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
4 months ago
1:27
ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
6:44
কংগ্ৰেছতেই থাকিব দেৱব্ৰত শইকীয়া: স্থিতি স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে
ETVBHARAT
5 months ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
5 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
6 months ago
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
6 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
6 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
6 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago