Skip to playerSkip to main content
  • 1 week ago
নলবাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে নলবাৰীৰ টিহুতো বিশাল আকাৰৰ প্ৰায় ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকী দাহ কৰা হয় । সমাজৰ পৰা অসূয়া-অশান্তি দূৰ হোৱাৰ কামনাৰে প্ৰতিবছৰে এইদৰে টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বিজয়া দশমীৰ দিনা সন্ধিয়া ৰাৱণ দাহ কৰা হয় । এইবাৰো ১২৩ সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বুধবাৰে বিজয়া দশমীৰ সন্ধিয়া টিহু হাইস্কুল খেল পথাৰত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতীকী দাহ কৰা হয় ।  ৰাৱণ দাহন কাৰ্যসূচীত প্ৰায় অৰ্দ্ধ লক্ষাধিক লোকৰ সমাগম হয় । ইয়াৰ পূৰ্বে সু-সজ্জিত বাহনত শ্ৰীশ্ৰী দুৰ্গাৰ প্ৰতিমূৰ্তি লৈ আয়োজক সমিতিয়ে সমগ্ৰ টিহু অঞ্চলত এক শোভাযাত্ৰাও উলিয়াই । উক্ত কাৰ্যসূচীৰ পিছতে টিহু নদীৰ শ্বহীদ উদ্যান ঘাটত দেৱী বিসৰ্জন দিয়া হয় । ইপিনে দেৱী বিসৰ্জনৰ সন্ধিয়া নমাৰ লগে লগে টিহু হাইস্কুল খেলপথাৰত লোকেই লোকাৰেণ্য হৈ পৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকি চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে ।লগতে পঢ়ক: দেশৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন, দেশবাসীলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ আহ্বানদশেৰা ২০২৬: যশৰ পৰা অৰবিন্দ ত্ৰিবেদীলৈ—‘ৰাৱণ’ৰ চৰিত্ৰৰে চিৰস্মৰণীয় হোৱা তাৰকা

Category

🗞
News
Transcript
00:00the
00:00are
00:03I
00:04I
00:05I
00:07I
00:09I
00:13I
00:13I
00:14I
00:14I
00:44Thank you very much.
01:14Thank you very much.
01:36Thank you very much.
01:58Thank you very much.

Recommended