Skip to playerSkip to main content
  • 5 months ago
ধিং : ধিং সমষ্টিত বেলচা হাতত লৈ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক মেহবুব মুক্তাৰে । শনিবাৰে ধিং সমষ্টিৰ এক গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে বিধায়কগৰাকীয়ে । নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে নিজ হাতে জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰি সাধাৰণ ৰাইজৰ মাজত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।মৈৰাবাৰী তেলডিপোৰ পৰা ধিং হৈ নগাঁও-ভূৰাগাঁও সংযোগী এই ব্যস্ত পথছোৱা বহুদিন ধৰি অতি শোচনীয় অৱস্থাত পৰি আছিল । পথছোৱাৰ বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দৈনিক যাতায়ত কৰা হাজাৰ হাজাৰ গাড়ী-মটৰৰ চালক আৰু সাধাৰণ পথচাৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছিল । বিশেষকৈ বৰষুণৰ সময়ত পথছোৱা অধিক বিপদজনক হৈ পৰিছিল, যাৰ ফলত প্ৰায়ে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল ।এই সমস্যাৰ গুৰুত্ব অনুধাৱন কৰি বিধায়ক মেহবুব মুক্তাৰ নিজে উপস্থিত হৈ পথ মেৰামতিৰ কাম আৰম্ভ কৰে । কেৱল নিৰ্দেশ দিয়াই নহয়, তেওঁ নিজ- হাতে কামত অংশগ্ৰহণ কৰি এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে । বিধায়কগৰাকীৰ এই পদক্ষেপত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।লগতে পঢ়ক: নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কোকৰাঝাৰ আদালতৰ - KOKRAJHAR RAPIST IMPRISONMENTআৰক্ষীৰ বৃহৎ সফলতা, লক্ষাধিক টকাৰ সামগ্ৰীসহ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ - TWO THIEVES ARRESTED

Category

🗞
News
Transcript
00:00There is no service, there is no service, it is the same service, we are all are ready to take
00:11care of the service, here is a home program.
00:11It is the same journey I am so proud to have the service, it is something that I love the
00:20service, I am so proud to have on the service.
00:23It is very simple and important to have the service in the service.
00:4373.
00:4373.
00:4375.
00:4372.
00:4375.
00:4487.
00:4480.
00:4687.
00:4988.
00:5071.
00:5787.
00:5787.
00:5861.
00:5983.
00:5992.
00:59male.
00:5993.
00:5962.
01:02This is the first time I was going to take a look at it, I was going to take a
01:04look at it, I was going to take a look at it.

Recommended